• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ দলক জন্তুৰ লগত তুলনা মন্ত্ৰী অশোক সিংহলৰ! এই মন্তব্যৰ বাবে ক্ষমা খোজাৰ দাবী দেৱব্ৰত শইকীয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2025 9:32 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ  মন্ত্ৰী অশোক সিংহলে কংগ্ৰেছ দলটোক জন্তু বুলি ৰাজহুৱাভাৱে কৰা ‎মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। ‎বিৰোধী দলপতি গৰাকীয়ে কয় যে, এটা ঐতিহাসিক ৰাজনৈতিক দল হিচাপে ‎কংগ্ৰেছৰ সুকীয়া আৰু মৰ্যদাপূৰ্ণ ইতিহাস আছে। ইয়াৰ পাছতো অসমৰ ‎এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে অশোক সিংহলে কংগ্ৰেছ দলটোক জন্তুৰূপে ‎অভিহিত কৰাতো অৰুচিকৰ, অভদ্ৰতাৰ পৰিচায়ক বুলি মত প্ৰকাশ কৰে।

মানসিক ভাৰসাম্যহীন ‎হ’লেহে এনেধৰণৰ মন্তব্য কৰিব পাৰে বুলি উল্লেখ কৰি বিৰোধী দলপতি ‎শইকীয়াই কয় যে, দেশৰ বাবে স্বাধীনতা অনা ৰাজনৈতিক দলটোক হেয় ‎প্ৰতিপন্ন কৰিবলৈ যোৱাটো অসমৰ বাবেই দুৰ্ভাগ্যজনক। দেশৰ স্বাধীনতাৰ বাবে যদি ‎কংগ্ৰেছ দলে যুঁজ নিদিয়া হ’লে বৃটিছৰ অধীনত অশোক সিংহলৰ দৰে ‎মানুহবোৰে জন্তুতকৈয়ো অধম জীৱন-যাপন কৰিবলগীয়া হলহেঁতেন বুলি মন্তব্য কৰে।

ভাৰতীয় ‎সংবিধানৰ নামত শপত লোৱাৰ পাছত এজন নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ‎কংগ্ৰেছক জন্তুৰ লগত তুলনা কৰাতো গুৰুতৰ অপৰাধ আৰু অপমানজনক ‎কথা। ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে অসমৰ জনগণৰ ওচৰত ক্ষমা বিচাৰক। তদুপৰি ‎মন্ত্ৰী অশোক সিংহলৰ ওপৰত আইনী ব্যৱস্থাত অনুশাসনমূলক পদক্ষেপ গ্ৰহণৰ ‎বাবে আইনজ্ঞৰ সৈতে আলোচনা কৰা বুলিও বিৰোধী দলপতিগৰাকীয়ে কয়। ‎

অশোক সিংহলৰ দৰে চূড়ান্ত দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীয়ে কংগ্ৰেছক লৈ এনে কটু মন্তৱ্য ‎কৰাতো ভাল কথা নহয় আৰু ভৱিষতে এনেকুৱা মন্তৱ্য কৰাৰ পৰা বিৰত ‎থাকিবলৈকো সকীয়াই দিয়ে শইকীয়াই। কংগ্ৰেছৰ প্ৰতি বিৰূপ মন্তৱ্য কৰাৰ ‎বাবে অশোক সিংহলক ক্ষমা খুজিবলৈকো দাবী জনাই বিৰোধী দলপতি দেৱব্ৰত ‎শইকীয়াই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd