• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপাৰেশ্যন সিন্দুৰক লৈ তীৰ্যক মন্তব্য কৰা অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপকক জামিন প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2025 2:32 pm
54
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৮ মে’ত অপাৰেচন সিন্দুৰক লৈ ছ’চিয়েল মিডিয়াত কৰা পোষ্টৰ বাবে গ্ৰেপ্তাৰ হোৱা অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদক আজি উচ্চতম ন্যায়ালয়ে অস্থায়ী জামিন প্ৰদান কৰে। এই অভিযান আছিল ৭ মে’ত পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত কৰা ভাৰতৰ আক্ৰমণ।

মাহমুদাবাদৰ এই পোষ্টটোত অভিযানৰ বিষয়ে কোৱা কৰ্ণেল ছফিয়া কুৰেশ্বীৰ প্ৰতি একাংশ লোকে কৰা প্ৰশংসাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু জনসাধাৰণৰ আক্ৰমণৰ দৰে অন্যান্য বিষয়ৰ ওপৰতো কথা কোৱা হৈছিল।

হাৰিয়ানা ৰাজ্যিক মহিলা আয়োগ আৰু বিজেপিৰ এগৰাকী সদস্যৰ অভিযোগৰ পিছত তেওঁৰ বিৰুদ্ধে ভাৰতৰ ঐক্যত আঘাত হানি ধৰ্মীয় উত্তেজনা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছিল। আদালতে তেওঁক ভাৰত-পাকিস্তান সমস্যাৰ বিষয়ে অনলাইনত পোষ্ট নকৰিবলৈ, পাছপ’ৰ্ট এৰি দিবলৈ কোৱাৰ লগতে পোষ্টটো কিয় লিখিছে তাৰ তদন্ত কৰিবলৈ বিশেষ দল এটাক নিৰ্দেশ দিয়ে।

Recent News

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ পৰা কাজিৰঙাৰ সীমা সম্প্ৰসাৰণলৈ অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ পৰা কাজিৰঙাৰ সীমা সম্প্ৰসাৰণলৈ অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

অপাৰেশ্যন সিন্দুৰক লৈ তীৰ্যক মন্তব্য কৰা অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপকক জামিন প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ

অপাৰেশ্যন সিন্দুৰক লৈ তীৰ্যক মন্তব্য কৰা অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপকক জামিন প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ

ৱাকফ গোচৰ: চৰকাৰী মাটিৰ ওপৰত কাৰো অধিকাৰ নাই, উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ যুক্তি

ৱাকফ গোচৰ: চৰকাৰী মাটিৰ ওপৰত কাৰো অধিকাৰ নাই, উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ যুক্তি

কংগ্ৰেছৰ নামত ভুৱা অপপ্ৰচাৰ : অমিত মালব্য আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে জামিনহীন ধাৰাত গোচৰ ৰুজু

কংগ্ৰেছৰ নামত ভুৱা অপপ্ৰচাৰ : অমিত মালব্য আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে জামিনহীন ধাৰাত গোচৰ ৰুজু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd