• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চুক্তি আৰু এন আৰ চি ‘‘অভিশাপ”: “উত্তৰ-পূব ৰক্ষা দিৱস’’ৰ বাৰ্তা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 14, 2019 8:56 pm
''Assam Accord and NRC Curse'': ''Save Northeast Day'' Message from Jatiyatabad Punar Nirman Samiti

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ অনুষ্ঠান।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চুক্তি আৰু ইয়াৰ আধাৰত প্ৰস্তুত এন আৰ চি “অভিশাপ”। এই বাৰ্তাৰে বুধবাৰে “উত্তৰ-পূব ৰক্ষা দিৱস” উদযাপন কৰিছে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিয়ে।

“আন্দোলনৰ পৰিণতি অসম চুক্তি পৃথিৱীৰ সৰ্ববৃহৎ বিশ্বাসঘাটকতাৰ দলিল। অসমৰ ৮৫৫জন চহিদৰ ত্যাগক ভৰিৰে মোহাৰি নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে কিছুসংখ্যকে অসম চুক্তি স্বাক্ষৰ কৰিছিল। এই অসম চুক্তি যিদৰে আমাৰ বাবে অভিশাপ, সেই চুক্তিৰ ভিত্তিতে প্ৰস্তুত কৰা এন আৰ চিও আমাৰ বাবে অভিশাপ,” গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত অনুষ্ঠানত মন্তব্য সংগঠনটোৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যৰ।

১৯৭১ চনক অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ কৰাৰ বিৰোধিতা কৰি ১৯৮৪ চনৰ ১৪ আগষ্টত অধুনালুপ্ত পূৰ্বাঞ্চলীয় লোক পৰিষদ (পি এল পি)এ “উত্তৰ-পূব বন্ধ” দিছিল।

সমগ্ৰ উত্তৰ-পূবত সেই বন্ধই সমৰ্থন পোৱা বুলি উল্লেখ কৰি বৈশ্যই কয় যে বন্ধ সমৰ্থনকাৰী নাগা ডেমক্ৰেটিক ফ’ৰামৰ দুজন সমৰ্থক ডিমাপুৰত গুলীবিদ্ধ হৈছিল।

প্ৰতিবাদৰ দিনটোৰ প্ৰেৰণাৰেই পি এল পিৰ অনুগামীসকলে গঠন কৰা সংগঠনটোৱে এই “উত্তৰ-পূব ৰক্ষা দিৱস” অনুষ্ঠিত কৰি আহিছে। “লক্ষ্য আৰু উদ্দেশ্য তাহানিৰ দৰে উত্তৰ-পূবৰ সংহতি অটুট ৰখা,” বৈশ্যই জনায়।

পি এল পিৰ নীতি-আদৰ্শৰেই সংগঠনটোৱে উত্তৰ-পূৰ্বাঞ্চলক ঐক্যবদ্ধ কৰাৰ চেষ্টা কৰিব বুলি সদৰী কৰি বৈশ্যই কয় যে অসম আন্দোলনত লোক পৰিষদ আৰু নিবাৰণ বৰাৰ ভূমিকা ঢাকি ৰখা হৈছে।

“নিবাৰণ বৰাই সদৌ অসম ছাত্ৰ সন্থাক টানি আনি (আন্দোলনত) যোগদান কৰাইছিল। অসম গণ সংগ্ৰাম পৰিষদৰ একাংশ নেতাই দিল্লীৰ ষড়যন্ত্ৰৰ জালত ভৰি দি অসমৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল। একাংশই সু-পৰিকল্পিতভাৱে অসম আন্দোলনৰ ক্ষেত্ৰত পি এল পি আৰু নিবাৰণ বৰাক ঢাকি ৰাখিবৰ কাৰণে যত্ন কৰিছিল,” নিবাৰণ বৰাক বাদ দি অসম আন্দোলন সম্ভৱেই নহয় বুলি উল্লেখ কৰি বৈশ্যই কয়।

বৈশ্যই আৰু কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সংহতিৰ জৰীডাল কটকটীয়া হোৱাহেঁতেন অসমৰ লগতে অঞ্চলটোৰ ৰাইজ বিদেশী বহিষ্কাৰৰ ছবিখনৰ “দুৰ্ভগীয়া দৰ্শক” হ’বলগীয়া নহ’লহেঁতেন।

“আমি আকৌ নল মৰি গজালি ওলোৱাৰ দৰে পি এল পিৰ নীতি-আদৰ্শৰ ভিত্তিত উত্তৰ-পূবৰ সংহতিৰ যাত্ৰা আৰম্ভ কৰিম। ইতিমধ্যে মণিপুৰ পিপলছ পাৰ্টি চমুকৈ এম পি পিৰ সৈতে কথা পতা হৈছে,” পৰৱৰ্তী “উত্তৰ-পূব দিৱস” মণিপুৰত অনুষ্ঠিত কৰা হ’ব বুলি সদৰী কৰি বৈশ্যই জনায়।

সভাত আলোচনাৰত আলফা নেতা প্ৰদীপ গগৈ আৰু মৃণাল হাজৰিকা, অধিবক্তা জোনমণি দেৱী খাউণ্ড, অগপ তথা সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন নেতা চৰণ ডেকা, অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাও উপস্থিত আছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd