• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনৰ মাজতে ৰোজা ভাঙি ৰক্তদান বিশ্বনাথৰ যুৱকৰ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
May 23, 2020 5:23 pm
Assam youth breaks Ramjan fast for donating blood

চাকিল আহমেদ।

4.8k
VIEWS
Share on FacebookShare on Twitter

দেশত চলি আছে লকডাউন। চলি আছে কৰোনা মহামাৰীৰ সংহাৰী ৰূপ। ইতিমধ্যে জৰুৰী চিকিৎসাৰ বাবে প্ৰয়োজনৰ হোৱা ৰক্তদানৰ ক্ষেত্ৰত সচেতন বহু লোকে দান কৰিছে নিজৰ ৰক্ত। অনুষ্ঠিত কৰিছে ৰক্তদান দান শিবিৰ।

এতিয়াও আছে মানৱতা। বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰ নিবাসী মামু বৰুৱাৰ (৪৭) বিশেষ অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হ’ল A- negative তেজৰ।

ইয়াৰ বাবে পুৱা চ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা হয় এটা মেচেজ। এজনৰ পিছত আনজনৰ ফোন আহে যদিও হঠাতে প্ৰয়োজন হোৱা A-negative তেজৰ সন্ধান পোৱা নাছিল ৰোগীৰ পৰিয়ালটোৱে।

অৱশেষত বিশ্বনাথৰ পাভৈস্থিত এজন যুৱকলৈ বন্ধু এজনৰ ফোনৰ পিছত ছ’চিয়েল মিডিয়াযোগে মন্তব্য “মই দিব পাৰিম দাদা”।

যুৱকজনৰ নাম চাকিল আহমেদ। ৰমজানৰ ৰোজা ভাঙি মহিলাগৰাকীক উদ্ধাৰ কৰাৰ বাবে ৰক্তদানৰ সিদ্ধান্ত লয় যুৱকজনে।

ৰোগীগৰাকী বৰ্তমান বিশ্বনাথ চাৰিআলিৰ JK Hospitalত চিকিৎসাধীন আৰু কালিলৈ হস্পিতালখনতে অস্ত্ৰোপচাৰ হ’ব মহিলাগৰাকীৰ।

গুৱাহাটী KK Handique মুক্ত বিশ্ববিদ্যালয়ৰ পৰা MBA পাঠ্যক্ৰম কৰি থকা দ্বিতীয় ষান্মাষিকৰ ছাত্ৰগৰাকী মহান কাৰ্যৰ বাবে এতিয়া শলাগৰ পাত্ৰ হৈ পৰিছে।

Recent News

ইছৰোৰ আদিত্য এল-১ সৌৰ জ্যোতিৰ্বিজ্ঞান কৰ্মশালাৰ বাবে নিৰ্বাচিত অসমৰ মেধাৱী ছাত্ৰী হিমানী গুৰুং

ইছৰোৰ আদিত্য এল-১ সৌৰ জ্যোতিৰ্বিজ্ঞান কৰ্মশালাৰ বাবে নিৰ্বাচিত অসমৰ মেধাৱী ছাত্ৰী হিমানী গুৰুং

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

শত্ৰুক চিনাৰ নতুন কিটিপ! ইছলামিক আৰু আৰবী শিক্ষা বাধ্যতামূলক কৰিলে ইজৰাইলৰ সেনাবাহিনীয়ে

শত্ৰুক চিনাৰ নতুন কিটিপ! ইছলামিক আৰু আৰবী শিক্ষা বাধ্যতামূলক কৰিলে ইজৰাইলৰ সেনাবাহিনীয়ে

ফেঁটীসাপক কামুৰি হত্যা কৰিলে ১ বছৰীয়া শিশুৱে, প্ৰাণৰক্ষা কণমানিটোৰ

ফেঁটীসাপক কামুৰি হত্যা কৰিলে ১ বছৰীয়া শিশুৱে, প্ৰাণৰক্ষা কণমানিটোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd