• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকৰদেৱক ‘বাবা চংকৰদেব’ কোৱাটো একো ভুল নহয় : ৰঞ্জিত দাস

"বয়স অধিক হোৱাৰ ফলত তৰুণ গগৈ বিভিন্ন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈছে"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 28, 2019 12:03 am
Ranjit Das

হেঙেৰাবাৰীৰ কাৰ্য্যালয়ত অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাস। ২৭ ফেব্ৰুৱাৰিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শংকৰদেৱক বাবা চংকৰদেৱ বুলি কোৱাটোত কোনো ভুল নাই। কোনো অস্বাভাৱিকতা নাই। কিন্তু জাপিক টুপী বুলি কোৱাটোহে ভুল। এই মন্তব্য অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ।

আজি অসম বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্য্যালয়ত এটা কাৰ্য্যসূচীৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দাসে নিজৰ এই মত জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত এজন বহিৰাগত বিজেপিৰ নেতাই অসমীয়া মানুহৰ চিৰ নমস্য মহাপুৰুষ শংকৰদেৱক বাবা চংকৰদেৱ বুলি কৈ বিতৰ্ক সৃষ্টি কৰিছিল।

সততে অতিৰঞ্জিত মন্তব্য দিয়া ৰঞ্জিত দাসে আজি ‘বাবা চংকৰদেৱ’ কোৱাটো ভুল নহয় বুলি কৈ ইয়াৰ সপক্ষে যুক্তি দিবলৈ গৈ কয়, “বাবা শব্দটো ‘পিতৃতুল্য’, পৃথিৱীৰ প্ৰতিগৰাকী সন্তানৰ বাবে পিতৃসকল ‘মহাপুৰুষ’ তথা দেৱতাসদৃশ। বাবা মানে দেউতা আৰু দেউতা মানেই দেৱতা।”

বিজেপি নেতাজনে ‘সন্মান প্ৰদৰ্শনেৰেহে হেনো মহাপুৰুষজনাক বাবা সম্বোধন কৰিছিল। দাসৰ এই দাবী।

ইপিনে ২৬ ফেব্ৰুৱাৰিত খানাপাৰাৰ এখন সভাত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে জাপিটোক টুপী বুলি কোৱাটো অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি অপমানসূচক বুলি দাসে দাবী কৰে।।

“অসমীয়া কৃষ্টি-সংস্কৃতি কংগ্ৰেছৰ দিনত ৰক্ষা হ’ব বুলি ৰাহুল গান্ধীয়ে ভাষণত কৈছিল যদিও তেওঁ অসমীয়া আপুৰুগীয়া সম্পদ জাপিটোক টুপী বুলি আখ্যা দিলে। কংগ্ৰেছৰ কালচাৰটো টুপী পিন্ধোৱাই, গতিকে তেওঁলোকে য’তে-ত’তে টুপী দেখা পায়।” ৰাহুল গান্ধীক কটাক্ষ কৰি এইদৰে কয় ৰাজ্যিক বিজেপিৰ সভাপতিজনে।

আনহাতে, কালি ৰাহুল গান্ধীৰ গাত লাচিত বৰফুকন আৰু চিলাৰায়ৰ তেজ থকা বুলি ভাষণ প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এক মন্তব্য কৰিছিল। প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীক উভতি ধৰি অপমানসূচক মন্তব্য কৰে সভাপতি দাসে।

“প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ অধিক বয়স হৈছে। বয়স অধিক হোৱাৰ ফলত তেওঁ বিভিন্ন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈছে। এইটো নিয়তিৰ বিধান, বয়স হোৱাৰ লগে লগে বিভিন্ন ৰোগত আক্ৰান্ত হয়, গতিকে তেওঁ বহু কথা পাহৰিছে।” দাসৰ মন্তব্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd