• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৰুন্ধতী স্বৰ্ণ আঁচনিত অনুমোদন কেবিনেটৰ; কইনাৰ বছৰি আয় ৫ লাখ টকাৰ তলত হ’ব লাগিব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 20, 2019 2:40 pm
মন্ত্ৰী হিমন্ত বিশ্বৰ সংবাদমেল

মন্ত্ৰী হিমন্ত বিশ্বৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম কেবিনেটে অৰুন্ধতী স্বৰ্ণ আঁচনি অনুমোদন জনাইছে। আজি এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জনায়।

তেওঁ কয়, ‘এই আঁচনিৰ মূল লক্ষ্য বিবাহখন পঞ্জীয়ন কৰা। আঁচনিৰ লাভ পাবলৈ বিয়া পঞ্জীয়ন কৰাটো বাধ্যতামূলক। ছোৱালীৰ ১৮ বছৰ বয়স আৰু ল’ৰাৰ ২১ বছৰ হ’ব লাগিব।’

অহা ১ জানুৱাৰীৰ পৰা উক্ত আঁচনি প্ৰযোজ্য হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, ‘১ জানুৱাৰীৰ পিছত হোৱা বিয়াতহে এই সুবিধা লাভ কৰিব পাৰিব। কইনাৰ বয়স ১৮ বছৰ আৰু দৰাৰ ২১ বছৰ হ’ব লাগিব। Special Marriage Act 1954 ত পঞ্জীয়ন কৰিব লাগিব।’

এই আঁচনিৰ বাবে revenueassam.nic.inত অনলাইন যোগে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয়, ‘চক্ৰ বিষয়া কাৰ্যালয়তো বিয়া পঞ্জীয়ন কৰিব পাৰিব। ২০১৯ ডিচেম্বৰত সামাজিকভাৱে বিয়া পতা লোকে ১ জানুৱাৰী ২০২০ত পঞ্জীয়ন কৰিলে এই আঁচনিৰ সুবিধা পাব।’

আনহাতে আঁচনিৰ সুবিধা পাবৰ বাবে দৰা কইনা মেট্ৰিক পাছ হ’ব লাগিব। অৱশ্যে চাহ বাগিচা আৰু আদিবাসী লোক এই আঁচনিৰ বাবে মেট্ৰিক পাছ হোৱাটো বাধ্যতামূলক নহয় বুলি তেওঁ জনায়।

অৱশ্যে সোণৰ দাম বাঢ়িলেও অৰুন্ধতী আঁচনিৰ টকা বৃদ্ধি নহয় বুলি উল্লেখ কৰি শৰ্মাই কয় যে উক্ত আঁচনিৰ বাবে বছৰি ৮০০ কোটি টকা নিৰ্ধাৰিত কৰা হৈছে।

‘আঁচনিৰ ধনৰ পইচা ছোৱালীজনীৰ একাউণ্টত যাব। ছোৱালীজনীয়ে সোণ ক্ৰয় কৰি পঞ্জীয়কৰ ওচৰত ৰচিদ জমা দিব লাগিব। ছোৱালীৰ বছৰি আয় ৫ লাখ টকাৰ তলত হ’ব লাগিব।’ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd