• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Assam Career : খাৰুপেটীয়া মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদ খালী , জানো আহক আবেদনৰ প্ৰক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2022 6:51 pm
Assam Career
101
VIEWS
Share on FacebookShare on Twitter

খাৰুপেটীয়া মহাবিদ্যালয়ত সহকাৰী  অধ্যাপকৰ পদৰ বাবে আবেদন আহ্বান কৰা হৈছে।
খাৰুপেটীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত খালী হৈছে  সহকাৰী অধ্যাপকৰ পদ৷ এই পদৰ  বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে৷
পদৰ নাম : ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক
পদৰ সংখ্যা : ১
যোগ্যতাৰ চৰ্ত : ইউজিচিৰ শেহতীয়া নিয়ম অনুসৰি প্ৰযোজ্য অৰ্হতা৷
বয়সৰ সীমা : ১-০১-২০২২ তাৰিখে প্ৰাৰ্থীৰ  বয়স ৩৮  বছৰতকৈ অধিক হ’ব নালাগিব৷চৰকাৰী নিয়ম অনুসৰি অনুসূচীত জাতি/ অনুসূচীত জনজাতি /ওবিচি/এম.ও.বি.চি./পি.ডব্লিউ.ডি.-ৰ বাবে বয়সৰ শিথিলতা থাকিব।
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ১৪ জুলাই, ২০২২ তাৰিখৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ  পৰা আৰম্ভ কৰি সম্পূৰ্ণ বায়’ডাটা আৰু স্ব-প্ৰমাণিত প্ৰমাণপত্ৰৰ সৈতে ডিএইচই, অসম (খাৰুপেটিয়া https://kharupetiacollege.in/ মহাবিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব)ৰ নিৰ্ধাৰিত ফৰ্মেটত তেওঁলোকৰ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰে। একাউণ্ট নং 7070010001961,IFSC Code PUNB0RRBAGB এ/চি নাম : খাৰুপেটীয়া মহাবিদ্যালয়লৈ  নেট বেঙ্কিঙৰ জৰিয়তে ১৫০০ টকাৰ আবেদন মাচুল পৰিশোধ কৰিব লাগিব
বিতং বিজ্ঞাপনৰ বাবে  ইয়াত ক্লিক কৰক
https://kharupetiacollege.in/advertisement-for-the-post-of-asst-professor/

Recent News

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

চূড়ান্ত অনুমোদন লাভ কৰা নাই কুলশী জলবিদ্যুৎ প্ৰকল্পই! ঘোষণা অসম চৰকাৰৰ

চূড়ান্ত অনুমোদন লাভ কৰা নাই কুলশী জলবিদ্যুৎ প্ৰকল্পই! ঘোষণা অসম চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd