• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চহিদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ পৰিয়াললৈ অসম চৰকাৰৰ ২০ লাখ টকাৰ আৰ্থিক অনুদান

এন ই নাও নিউজ by এন ই নাও নিউজ
November 1, 2019 6:43 pm
Sanowal pay tribute to martyr Padam Bahadur Srestha

চহিদ পদম বাহাদুৰলৈ মুখ্য মন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

7k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে বিগত ২০ অক্টোবৰত উত্তৰ কাশ্মীৰৰ ভাৰত-পাক সীমান্তত পাকিস্তানী সেনাৰ গুলীচালনাত নিহত হোৱা ভাৰতীয় সেনাৰ ৩/৯ গোৰ্খা ৰাইফলছৰ হাবিলদাৰ চহিদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ গৃহত উপস্থিত হৈ শ্বহীদ গৰাকীৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰি চহিদ গৰাকীৰ পৰিয়ালৰ হাতত ২০ লাখ টকাৰ এককালীন আৰ্থিক সাহায্যৰ চেক অৰ্পন কৰে।

বীৰ চহিদ গৰাকীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকি মুখ্য মন্ত্ৰী সোণোৱালে চহিদৰ ত্যাগ কেতিয়াও অথলে নাযায় বুলি মন্তব্য কৰে।

চহিদৰ ত্যাগে নতুন প্ৰজন্মক ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত ইতিবাচক বৰঙণি যোগোৱাৰ বাবে অনুপ্ৰেৰণা প্ৰদান কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

দেশৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দি বীৰ চহিদ পদম বাহাদুৰ শ্ৰেষ্ঠই দেশপ্ৰেম আৰু ত্যাগৰ শ্ৰেষ্ঠ নিদৰ্শন দাঙি ধৰিলে বুলি সোণোৱালে উল্লেখ কৰি ৰাজ্যবাসীয়ে সদায় এই ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলি কয়।

মুখ্য মন্ত্ৰীৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰা, বিধায়কদ্বয় ক্ৰমে ৰোজলিনা তিৰ্কি আৰু ডা০ নোমল মমিনো উপস্থিত থাকে।

Recent News

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd