• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ্যত স্থাপন হ’ব প্ৰথমখন ৰাজ্যিক ক্ৰীড়া বিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2019 12:20 pm
- cm unveiling Bhogeswar Baruah State Sports School (1)

ফটো : নৰ্থ-ইষ্ট নাও

372
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ চৌহদত ভোগেশ্বৰ বৰুৱা ৰাজ্যিক ক্ৰীড়া বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যখনত পোন প্ৰথমবাৰৰ বাবে ক্ৰীড়া শিতানত স্থাপন হ’ব লগীয়া এই ক্ৰীড়া বিদ্যালয়খন ২০ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব।

উক্ত প্ৰতিষ্ঠানটোৱে ছয়বিধ ক্ৰীড়া শাখাৰ পাঠ্যক্ৰম আৰু ক্ৰীড়া অনুশীলন আগবঢ়াব। খেল কেইবিধ হৈছে এথলেটিকছ, বক্সিং, ফুটবল, ভাৰোত্তোলন, আৰ্চাৰী আৰু টাইকোৱানডো।

সোমবাৰৰ এই অনুষ্ঠানতে মুখ্য মন্ত্ৰী সোণোৱালে ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ১৬ গৰাকী ক্ৰীড়াবিদক মুখ্য মন্ত্ৰীৰ ক্ৰীড়া বঁটা-২০১৯ প্ৰদান কৰে। এই বঁটাত নগদ ১.৫ লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰও প্ৰদান কৰা হয়।

আনহাতে ‘খেলো ইণ্ডিয়া য়ুথ গেইমছ’ত পদক অৰ্জন কৰা ৰাজ্যৰ ১১ গৰাকী ক্ৰীড়াবিদকো সোমবাৰৰ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। তদুপৰি জয়ন্ত বড়োক প্ৰদান কৰে শ্ৰেষ্ঠ ক্ৰীড়া সংগঠকৰ বঁটা।

অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱালে নিজৰ ভাষণ প্ৰসংগত কয় যে ক্ৰীড়াই সদাই শান্তি-সম্প্ৰীতি অটুট ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ক্ৰীড়াৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ডিব্ৰুগড়ৰ চাবুৱাত ক্ৰীড়া বিশ্ববিদ্যালয়, কোকৰাঝাৰত ক্ৰীড়া মহাবিদ্যালয় আৰু গুৱাহাটীত ক্ৰীড়া বিদ্যালয় স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

অনুষ্ঠানত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, চাহ জনজাতি কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱলোচন দাস, অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

‘দুৰ্বল জীৱ-জন্তুক সমস্যা বুলি চিহ্নিত কৰিব নোৱাৰি’: দিল্লীৰ ৰাজপথৰ কুকুৰৰ ওপৰত ছুপ্ৰীম কোৰ্টৰ আদেশক লৈ ক্ষুব্ধ ৰাহুল গান্ধী

‘দুৰ্বল জীৱ-জন্তুক সমস্যা বুলি চিহ্নিত কৰিব নোৱাৰি’: দিল্লীৰ ৰাজপথৰ কুকুৰৰ ওপৰত ছুপ্ৰীম কোৰ্টৰ আদেশক লৈ ক্ষুব্ধ ৰাহুল গান্ধী

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উন্মোচন কৰা হ’ল অধ্যাপক গৌৰ গোপাল বণিকৰ নৱতম উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উন্মোচন কৰা হ’ল অধ্যাপক গৌৰ গোপাল বণিকৰ নৱতম উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd