• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ৰাইজৰ স্বাৰ্থত সিদ্ধান্ত ল’ম: সোণোৱাল ||নুমলীগড় শোধনাগাৰ বিক্ৰী

অসম চুক্তিৰ ফচল, উত্তৰ-পূবৰ সৰ্বাধিক কৰ্পৰে’ট টেক্স প্ৰদানকাৰী প্ৰতিষ্ঠানটোৱে ২০১৭-১৮ বৰ্ষত চৰকাৰক মুঠ ১৬৮.০২ কোটি টকাৰ লাভ প্ৰদান কৰিছে।

উত্তম শইকীয়া by উত্তম শইকীয়া
October 12, 2019 8:10 pm
Assam CM Sonowal

মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নুমলীগড় তেল শোধনাগাৰ বিক্ৰী কৰা হ’ব বুলি চলা চৰ্চাৰ মাজতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে কৈছে যে এনে যিকোনো সিদ্ধান্ত ৰাইজৰ স্বাৰ্থ ৰক্ষা কৰিহে লোৱা হ’ব।

খবৰটো বাতৰি কাকততহে পোৱা বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে শোধনাগাৰটো বিক্ৰী কৰা ধৰণৰ কোনো তথ্য অসম চৰকাৰৰ হাতত নাই।

“এনে কিবা হ’লে নিশ্চয়কৈ আমি অসমৰ ৰাইজৰ স্বাৰ্থতহে সিদ্ধান্ত ল’ম৷ নুমলীগড় শোধনাগাৰত আমাৰো ১২শতাংশ চেয়াৰ আছে,” বোকাখাত আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানত সোণোৱালে কয়৷

অসম চুক্তিৰ আধাৰত স্থাপিত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোত অসম চৰকাৰ ১২.৩৫, ভাৰত পে’ট্ৰলিয়াম কৰ্পৰে’চন লিমিটেদৰ ৬১.৬৫ আৰু অইল ইন্দিয়া লিমিটেদৰ ২৬ শতাংশ চেয়াৰ আছে।

উত্তৰ-পূবত সৰ্বাধিক কৰ্পৰে’ট টেক্স প্ৰদানকাৰী শোধনাগাৰটোৱে ২০১৭-১৮ বৰ্ষত অসম চৰকাৰক মুঠ ১৬৮.০২ কোটি টকাৰ লাভ প্ৰদান কৰিছিল।

আনহাতে, বোকাখাত থানাৰ ভৱন মুকলি কৰি মুখ্য মন্ত্ৰীজনে স্মাৰ্ট আৰক্ষীৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

“স্মাৰ্ট থানা, স্মাৰ্ট পুলিচ আৰু গুণসম্পন্ন সেৱাৰ জৰিয়তে অসম আৰক্ষীয়ে এক সংশোধিত মুখ প্ৰদৰ্শন কৰিব লাগিব,” সোণোৱালে কয়।

১৯০৫ চনতে বৃটিশ্ব শাসকে স্থাপন কৰা থানাখন অসম আৰক্ষীৰ মৈত্ৰী (Mission for Overall Improvement of Thana for Responsive Image) আঁচনিৰ অধীনত পুনৰ নিৰ্মাণ কৰা হৈছে।

অনুষ্ঠানটোত বোকাখাতৰ বিধায়ক তথা অসমৰ কৃষি মন্ত্ৰী অতুল বৰা, টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা, আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া, ডি আই জি (প্ৰশিক্ষণ) ৰাণা ভূঞা, ডি আই জি দিলীপ দেৱ, আৰক্ষীৰ হাউজিং কৰ্পৰে’চনৰ অধ্যক্ষ এ কে ঝা, গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, উপায়ুক্ত ধীৰেণ হাজৰিকা উপস্থিত আছিল৷

লগতে পঢ়ক– অসম চুক্তিৰ ফচলে এবছৰতে ১৬৮.০২ কোটি টকাৰ লাভ দিছে চৰকাৰক

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd