• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম চুক্তিৰ ফচলে এবছৰতে ১৬৮.০২ কোটি টকাৰ লাভ দিছে চৰকাৰক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 21, 2018 11:43 pm

1 min read

nrl assam

এন আৰ এলৰ লাভৰ চেক প্ৰদানৰ শুকুৰবাৰৰ দৃশ্য।

707
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰক শুকুৰবাৰে লাভৰ ২২.৭১ কোটি টকা প্ৰদান কৰে অসম চুক্তিৰ আধাৰত স্থাপিত ৰাজহুৱা উদ্যোগ নুমলীগড় শোধনাগাৰ লিমিটেদে।

ৰাজ্য চৰকাৰৰ ১২.৩৫ শতাংশ ইকুইটি শ্বেয়াৰৰ বিনিময়ত ২০১৭-১৮ বৰ্ষত শোধনাগাৰটোৱে চৰকাৰক মুঠ ১৬৮.০২ কোটি টকা লাভ প্ৰদান কৰিছে।

শোধনাগাৰটোৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰদান কৰে ২০১৭-১৮ বৰ্ষৰ চূড়ান্ত কুৱাৰ্টাৰৰ লাভৰ অসম চৰকাৰে পাব লগা অংশৰ চেক।

বাকী ১৪৫.৩১ কোটি টকাৰ লাভাংশ চৰকাৰক শোধনাগাৰটোৱে পূৰ্বেই প্ৰদান কৰিছিল।

চেক প্ৰদানৰ সময়ত সঞ্চালককে ধৰি এন আৰ এলৰ শীৰ্ষ বিষয়াসকলো উপস্থিত আছিল।

উল্লেখযোগ্য যে ২০১৬-১৭ বৰ্ষত উত্তৰ-পূবৰ সৰ্বাধিক কৰ্পৰে’ট টেক্স প্ৰদানকাৰী প্ৰতিষ্ঠানো এন আৰ এল।

অসম চুক্তিৰ আধাৰত স্থাপিত এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোত অসম চৰকাৰৰ উপৰি ভাৰত পে’ট্ৰলিয়াম কৰ্পৰে’চন লিমিটেদৰ ৬১.৬৫% আৰু অইল ইন্দিয়া লিমিটেদৰ ২৬% শ্বেয়েৰ আছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd