• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰথম পৰ্যায়ৰ নিযুক্তি পৰীক্ষা, বন্ধ ইণ্টাৰনেট সেৱা, প্ৰৱেশপত্ৰত ভুলৰ সমাহাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 21, 2022 7:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ আজি প্ৰথম পৰ্যায়ৰ পৰীক্ষা কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজৰে ৰাজ্যৰ ২৪ খন জিলাত অনুষ্ঠিত কৰা হয়৷ পৰীক্ষাৰ সময়ত কোনো স্থানৰ পৰা কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ অহা নাই যদিও প্ৰৱেশ পত্ৰত থকা বিসংগতিৰ বাবে বহু কেন্দ্ৰত কিছু বেমেজালিৰ সৃষ্টি হোৱা দেখা যায়৷

বিশেষকৈ কোকৰাঝাৰৰ পৰাক্ষা কেন্দ্ৰত তেনে বেমেজালি দেখা যায়৷ জানিব পৰা মতে কোকৰাঝাৰ জিলাত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অহা প্ৰায় শতাধিক পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত পৰীক্ষা কেন্দ্ৰৰ ভুল ঠিকনা দিয়াত বিমোৰত পৰিবলগীয়া হয় বহু পৰীক্ষাৰ্থী৷ গোসাইগাঁও মহকুমাৰ জাৰাগুৰীত পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এডমিট কাৰ্ডত ভুলকৈ ডাকঘৰ ছালাকাটি বুলি উল্লেখ কৰাত পৰীক্ষাৰ্থীসকলে পুৱা ছালাকাটিত উপস্থিত হৈ কেন্দ্ৰ বিচাৰি হাবাথুৰি খায়৷

পৰীক্ষা কেন্দ্ৰ বিচাৰি নোপোৱাত উত্তপ্ত পৰিস্থিতিৰ৷ সৃষ্টি হয়৷ কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত শুভৰাম আদিত্য বৰাই ছালাকাটিত উপস্থিত হৈ উত্তেজিত পৰীক্ষাৰ্থী সকলক শান্ত কৰি এঘণ্টাৰ অধিক পলমকৈ পৰীক্ষাত বহাৰ ব্যৱস্থা কৰি দিয়ে৷কোকৰাঝাৰ জিলাত সৰ্বমুঠ ৭৬ কেন্দ্ৰত ৫১,৮৯৫ গৰাকী নিবনুৱা যুৱক যুৱতী লিখিত পৰীক্ষাত অৱতীৰ্ণ হয় ৷

ইয়াৰে ৪০,০৪৭ গৰাকী প্ৰাৰ্থীয়ে পুৱা অনুষ্ঠিত পৰীক্ষাত আৰু ১১,৮৪৮ গৰাকী প্ৰাৰ্থীয়ে বিয়লি পৰীক্ষাত বহে৷ উল্লেখ্য অসমৰ ২৪ জিলাত মুঠ ১৪,৩০,৩৩৭ গৰাকী প্ৰাৰ্থীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত বহে।

মুঠ ১,২৫৮টা কেন্দ্ৰত অনুষ্ঠিত হয় আজিৰ পৰীক্ষা। দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ আৰু ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হয় পৰীক্ষা। এই পৰীক্ষাৰ বাবে উক্ত সময়ত ২৪ খন জিলাত বন্ধ থাকে ইণ্টাৰনেট সেৱা। পৰৱৰ্তী পৰীক্ষা ২৮ আগষ্টত ২৫ খন জিলাত অনুষ্ঠিত হ’ব

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd