• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰথম পৰ্যায়ৰ নিযুক্তি পৰীক্ষা, বন্ধ ইণ্টাৰনেট সেৱা, প্ৰৱেশপত্ৰত ভুলৰ সমাহাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 21, 2022 7:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ আজি প্ৰথম পৰ্যায়ৰ পৰীক্ষা কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজৰে ৰাজ্যৰ ২৪ খন জিলাত অনুষ্ঠিত কৰা হয়৷ পৰীক্ষাৰ সময়ত কোনো স্থানৰ পৰা কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ অহা নাই যদিও প্ৰৱেশ পত্ৰত থকা বিসংগতিৰ বাবে বহু কেন্দ্ৰত কিছু বেমেজালিৰ সৃষ্টি হোৱা দেখা যায়৷

বিশেষকৈ কোকৰাঝাৰৰ পৰাক্ষা কেন্দ্ৰত তেনে বেমেজালি দেখা যায়৷ জানিব পৰা মতে কোকৰাঝাৰ জিলাত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অহা প্ৰায় শতাধিক পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত পৰীক্ষা কেন্দ্ৰৰ ভুল ঠিকনা দিয়াত বিমোৰত পৰিবলগীয়া হয় বহু পৰীক্ষাৰ্থী৷ গোসাইগাঁও মহকুমাৰ জাৰাগুৰীত পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এডমিট কাৰ্ডত ভুলকৈ ডাকঘৰ ছালাকাটি বুলি উল্লেখ কৰাত পৰীক্ষাৰ্থীসকলে পুৱা ছালাকাটিত উপস্থিত হৈ কেন্দ্ৰ বিচাৰি হাবাথুৰি খায়৷

Apply Now

পৰীক্ষা কেন্দ্ৰ বিচাৰি নোপোৱাত উত্তপ্ত পৰিস্থিতিৰ৷ সৃষ্টি হয়৷ কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত শুভৰাম আদিত্য বৰাই ছালাকাটিত উপস্থিত হৈ উত্তেজিত পৰীক্ষাৰ্থী সকলক শান্ত কৰি এঘণ্টাৰ অধিক পলমকৈ পৰীক্ষাত বহাৰ ব্যৱস্থা কৰি দিয়ে৷কোকৰাঝাৰ জিলাত সৰ্বমুঠ ৭৬ কেন্দ্ৰত ৫১,৮৯৫ গৰাকী নিবনুৱা যুৱক যুৱতী লিখিত পৰীক্ষাত অৱতীৰ্ণ হয় ৷

ইয়াৰে ৪০,০৪৭ গৰাকী প্ৰাৰ্থীয়ে পুৱা অনুষ্ঠিত পৰীক্ষাত আৰু ১১,৮৪৮ গৰাকী প্ৰাৰ্থীয়ে বিয়লি পৰীক্ষাত বহে৷ উল্লেখ্য অসমৰ ২৪ জিলাত মুঠ ১৪,৩০,৩৩৭ গৰাকী প্ৰাৰ্থীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত বহে।

মুঠ ১,২৫৮টা কেন্দ্ৰত অনুষ্ঠিত হয় আজিৰ পৰীক্ষা। দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ আৰু ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হয় পৰীক্ষা। এই পৰীক্ষাৰ বাবে উক্ত সময়ত ২৪ খন জিলাত বন্ধ থাকে ইণ্টাৰনেট সেৱা। পৰৱৰ্তী পৰীক্ষা ২৮ আগষ্টত ২৫ খন জিলাত অনুষ্ঠিত হ’ব

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd