• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ বানপীড়িত ৰাইজলৈ অক্ষয় কুমাৰৰ ২ কোটি টকাৰ সাহায্য

প্ৰাৰ্থনা আৰু আহ্বানতে সীমাবদ্ধ থাকিল ব্ৰেণ্ড এম্বেচাডৰ প্ৰিয়ংকাৰ অসম প্ৰেম

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2019 6:22 pm
724
VIEWS
Share on FacebookShare on Twitter

অসমৰ বানপীড়িত ৰাইজলৈ ২ কোটি টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে অক্ষয় কুমাৰে। জনপ্ৰিয় অভিনেতাজনে আজি এক টুইটযোগে অসমৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰিয় উদ্যানৰ উদানৰ উদ্ধাৰৰ বাবে ১ কোটি টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে।

Absolutely heartbreaking to know about the devastation by floods in Assam.All affected, humans or animals,deserve support in this hour of crisis.I’d like to donate 1cr each to the CM Relief Fund & for Kaziranga Park rescue.Appealing to all to contribute @CMOfficeAssam @kaziranga_

— Akshay Kumar (@akshaykumar) July 17, 2019

আনহাতে যিসময়ত অক্ষয় কুমাৰে ২ কোটিকৈ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে অসমৰ ব্ৰেণ্ড এম্বেচাডৰ হোৱা স্বত্ত্বেও বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই বান বিধ্বস্ত ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি অহা নাই।

উল্লেখযোগ্য যে এপষেক ধৰি বানপানীয়ে অসমত সংহাৰী ৰূপ ধাৰণ কৰি অহা পিছত আজি কেৱল বান বিধ্বস্ত ৰাইজৰ বাবে প্ৰাৰ্থনা আৰু মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৰাইজক অৰিহনা আগবঢ়াবলৈ আহ্বান জনোৱাতেই সীমাবদ্ধ হৈ প্ৰিয়ংকাৰ ‘অসম প্ৰেম’।

Extremely devasted by all the news coming in from #Assam and other parts of India.
It’s heartbreaking to read about the displacement and loss of life. My prayers with those affected.

Please donate at https://t.co/d5dow5OuLG and https://t.co/GNytaEqF0r

— PRIYANKA (@priyankachopra) July 17, 2019

ব্ৰেণ্ড এম্বেচাডৰ হোৱাৰ পিছতো অসমৰ বানপানীকলৈ ইমান দিনে সাৰ-সুৰ নথকা অভিনেত্ৰী গৰাকীয়ে টুইটাৰ, ফে’চবুক আদি সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে। বহুতে আজি তেওঁ দিয়া টুইটতটোত ইমান পলমকৈহে খবৰ পালে নেকি বুলি তেওঁক প্ৰশ্ন কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অক্ষয় কুমাৰক তেওঁ আগবঢ়োৱা উক্ত সাহায্যৰ বাবে এক টুইট যোগে কৃতজ্ঞতা জ্ঞাপন কৰে।

Thanks a lot @akshaykumar. People of Assam appreciate your great gesture and support. https://t.co/9ye85fHU2M

— Sarbananda Sonowal (@sarbanandsonwal) July 17, 2019

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd