• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুস্মিতা দেবক উভতি ধৰিলে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 13, 2019 4:46 pm
Assam forest minister Shuklabaidya counters former MP Susmita Dev

সুস্মিতা দেব আৰু পৰিমল শুক্লবৈদ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ক্ষমতাৰ অপব্যৱহাৰৰ প্ৰশ্নই নুঠে। ক্ষমতাৰ আমি ব্যৱহাৰহে কৰিছো।’ কাছাৰৰ উচ্ছেদক লৈ প্ৰাক্তন সাংসদ সুস্মিতা দেবক উভতি ধৰি বৃহস্পতিবাৰে এই মন্তব্য বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

বন মন্ত্ৰী শুল্কবৈদ্যৰ গৃহ সমষ্টি ধলাইত ৮২টা পৰিয়ালক উচ্ছেদ কৰা ঘটনাৰ আঁৰত ৰাজনৈতিক চক্ৰান্ত থকা বুলি অভিযোগ কৰিছিল শিলচৰৰ প্ৰাক্তন কংগ্ৰেছ সাংসদ তথা সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবে৷ তাৰ পাছতে গুৱাহাটীত এক সংবাদমেলত উপস্থিত শুক্লবৈদ্যই দেবক উদ্দেশ্যি এই মন্তব্য কৰে।

উল্লেখ্য যে কাছাৰ জিলাৰ ধলাই সমষ্টিৰ অন্তৰ্গত ৰজনীখাল বনাঞ্চলত বসবাস কৰি অহা ৮২টা পৰিয়ালৰ লোকক যোৱা ৭ জুনত বন বিভাগে উচ্ছেদ কৰিছিল। আৰু মঙলবাৰে সন্ধিয়া উচ্ছেদস্থল পৰিদৰ্শন কৰি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক তীব্ৰ সমালোচনা কৰে সুস্মিতা দেৱে৷

তাৰ পাছতে বনমন্ত্ৰীগৰাকীয়ে সুস্মিতা দেবক উভতি ধৰি কয় ‘কংগ্ৰেছৰ শাসনকালতো ৰজনীখালত দুবাৰকৈ উচ্ছেদ হৈছিল। কিন্তু উচ্ছেদ কৰাৰ পাছতো আকৌ অবৈধভাৱে দখল হ’বলৈ ধৰিলে। মেডাম সুস্মিতা দেবে যি কথা কৈছে সেই কথাটোত আমি যাব বিচৰা নাই। কিন্তু সাম্প্ৰদায়িকভাৱে এই উচ্ছেদ অভিযান হোৱা নাই।’

তেওঁ আৰু কয় যে জীয়াই থাকিবলৈ হ’লে বনাঞ্চল সংৰক্ষণ কৰা অতিকৈ প্ৰয়োজন। লগতে উচ্ছেদ কৰাৰ প্ৰয়োজনীয়তা থকাৰ বাবে উচ্ছেদ কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে, শিলচৰৰ প্ৰাক্তন সাংসদগৰাকীয়ে বিজেপি চৰকাৰে ক্ষমতাৰ অপ-ব্যৱহাৰ কৰা বুলি কৰা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শুক্লবৈদ্যই কয় ‘আমি কোনো ক্ষমতাৰ অপ-ব্যৱহাৰ কৰা নাই। উচ্ছেদ কৰিবলৈ হ’লে পুলিচ-প্ৰশাসন লাগিবই। ক্ষমতাৰ অপব্যৱহাৰৰ প্ৰশ্নই নুঠে। ক্ষমতাৰ আমি ব্যৱহাৰহে কৰিছো।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

August 27, 2025 4:27 pm
পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

August 27, 2025 3:59 pm
জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

August 27, 2025 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

August 27, 2025 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd