• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুস্মিতা দেবক উভতি ধৰিলে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 13, 2019 4:46 pm
Assam forest minister Shuklabaidya counters former MP Susmita Dev

সুস্মিতা দেব আৰু পৰিমল শুক্লবৈদ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ক্ষমতাৰ অপব্যৱহাৰৰ প্ৰশ্নই নুঠে। ক্ষমতাৰ আমি ব্যৱহাৰহে কৰিছো।’ কাছাৰৰ উচ্ছেদক লৈ প্ৰাক্তন সাংসদ সুস্মিতা দেবক উভতি ধৰি বৃহস্পতিবাৰে এই মন্তব্য বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

বন মন্ত্ৰী শুল্কবৈদ্যৰ গৃহ সমষ্টি ধলাইত ৮২টা পৰিয়ালক উচ্ছেদ কৰা ঘটনাৰ আঁৰত ৰাজনৈতিক চক্ৰান্ত থকা বুলি অভিযোগ কৰিছিল শিলচৰৰ প্ৰাক্তন কংগ্ৰেছ সাংসদ তথা সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবে৷ তাৰ পাছতে গুৱাহাটীত এক সংবাদমেলত উপস্থিত শুক্লবৈদ্যই দেবক উদ্দেশ্যি এই মন্তব্য কৰে।

Apply Now

উল্লেখ্য যে কাছাৰ জিলাৰ ধলাই সমষ্টিৰ অন্তৰ্গত ৰজনীখাল বনাঞ্চলত বসবাস কৰি অহা ৮২টা পৰিয়ালৰ লোকক যোৱা ৭ জুনত বন বিভাগে উচ্ছেদ কৰিছিল। আৰু মঙলবাৰে সন্ধিয়া উচ্ছেদস্থল পৰিদৰ্শন কৰি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক তীব্ৰ সমালোচনা কৰে সুস্মিতা দেৱে৷

তাৰ পাছতে বনমন্ত্ৰীগৰাকীয়ে সুস্মিতা দেবক উভতি ধৰি কয় ‘কংগ্ৰেছৰ শাসনকালতো ৰজনীখালত দুবাৰকৈ উচ্ছেদ হৈছিল। কিন্তু উচ্ছেদ কৰাৰ পাছতো আকৌ অবৈধভাৱে দখল হ’বলৈ ধৰিলে। মেডাম সুস্মিতা দেবে যি কথা কৈছে সেই কথাটোত আমি যাব বিচৰা নাই। কিন্তু সাম্প্ৰদায়িকভাৱে এই উচ্ছেদ অভিযান হোৱা নাই।’

তেওঁ আৰু কয় যে জীয়াই থাকিবলৈ হ’লে বনাঞ্চল সংৰক্ষণ কৰা অতিকৈ প্ৰয়োজন। লগতে উচ্ছেদ কৰাৰ প্ৰয়োজনীয়তা থকাৰ বাবে উচ্ছেদ কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে, শিলচৰৰ প্ৰাক্তন সাংসদগৰাকীয়ে বিজেপি চৰকাৰে ক্ষমতাৰ অপ-ব্যৱহাৰ কৰা বুলি কৰা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শুক্লবৈদ্যই কয় ‘আমি কোনো ক্ষমতাৰ অপ-ব্যৱহাৰ কৰা নাই। উচ্ছেদ কৰিবলৈ হ’লে পুলিচ-প্ৰশাসন লাগিবই। ক্ষমতাৰ অপব্যৱহাৰৰ প্ৰশ্নই নুঠে। ক্ষমতাৰ আমি ব্যৱহাৰহে কৰিছো।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd