• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছিয়ান জুনিয়ৰ চাইক্লিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত অসমৰ ‘চয়নিকা গগৈ’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2018 9:04 am
Sayanika Gogoi

ফেচবুকৰ পৰা লোৱা চয়নিকা গগৈৰ ফটো

298
VIEWS
Share on FacebookShare on Twitter

অসমৰ ক্ৰীড়া জগতৰ বাবে আন এক সুখবৰ। এগৰাকী দশম শ্ৰেণীত পঢ়ি থকা অসমৰ জীয়ৰীয়ে সুযোগ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰাৰ। তেওঁ হৈছে চয়নিকা গগৈ ।

উল্লেখ্য যে চয়নিকাই অহা বছৰৰ ৮ জানুৱাৰিৰ পৰা ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান জুনিয়ৰ চাইক্লিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব।

ভাৰতীয় জুনিয়ৰ চাইক্লিং দলৰ অন্যতম সদস্য চয়নিকাই এই সুযোগ পোৱাৰ পূৰ্বেই ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ উমান দি থৈছে। তেওঁ ২০১৬ চনত শিলচৰত অনুষ্ঠিত তৃতীয় ৰাজ্যিক চাইক্লিঙত সোণ, ১৬-১৭ত মহাৰাষ্ট্ৰত অনুষ্ঠিত ৬২ সংখ্যক নেশ্যনেল স্কুল চাইক্লিঙত প্ৰথম স্থান, ১৭-১৮ট কৰ্ণাটকত অনুষ্ঠিত ২২তম নেশ্যনেল ৰোড চাইক্লিং প্ৰতিযোগিতাত ব্ৰঞ্জ, চলিত বৰ্ষত দিল্লীত অনুষ্ঠিত নেশ্যনেল ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

গহপুৰৰ ডুবিয়া বড়িগাঁৱৰ মৃদুল গগৈ আৰু পৱিত্ৰা গগৈৰ একমাত্ৰ কন্যা চয়নিকা গগৈয়ে ১৩ বছৰ বয়সৰ পৰাই জীৱন বৰাৰ তত্ত্বাৱধানত চাইক্লিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এই পৰ্যন্ত প্ৰতিভাৱান চয়নিকাই ৭টা সোণ, ৪টা ৰূপ, ৫টা ব্ৰঞ্জৰ লগতে বিভিন্ন ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে।

Recent News

আৰ এছ এছৰ শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিব ৰাহুল গান্ধী! কংগ্ৰেছ নেতাক নিমন্ত্ৰণৰ চিন্তা মোহন ভাগৱতৰ

আৰ এছ এছৰ শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিব ৰাহুল গান্ধী! কংগ্ৰেছ নেতাক নিমন্ত্ৰণৰ চিন্তা মোহন ভাগৱতৰ

 বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি

 বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি

বুলড’জাৰ নহয়, আইনৰ নীতি মানিব লাগিব চৰকাৰে : উৰিয়ামঘাটৰ উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

বুলড’জাৰ নহয়, আইনৰ নীতি মানিব লাগিব চৰকাৰে : উৰিয়ামঘাটৰ উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

পুনেত চাঞ্চল্যকৰ ঘটনা! চাকৰি হেৰুৱাই ঋণৰ বোজাত জৰ্জৰিত আই টি কৰ্মীৰ ডকাইতিৰ চেষ্টা

পুনেত চাঞ্চল্যকৰ ঘটনা! চাকৰি হেৰুৱাই ঋণৰ বোজাত জৰ্জৰিত আই টি কৰ্মীৰ ডকাইতিৰ চেষ্টা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd