• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিৰ ত্ৰাসত নিহতৰ ভিতৰত ৩৯ গৰাকীয়ে হিন্দু বাঙালী সম্প্ৰদায়ৰ : অপূৰ্ব ভট্টাচাৰ্য্য

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
May 29, 2019 3:57 pm
5.6k
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিত উন্নীতকৰণ প্ৰক্ৰিয়াৰ বাবে প্ৰকৃত ভাৰতীয় লোক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ পাছতো মুখ্য মন্ত্ৰী সোণোৱালৰ চৰকাৰে উট পক্ষীৰ দৰে বালিত মূৰ গুজি আছে।

মুখ্য মন্ত্ৰীক উদ্দেশ্যি এই বাক্যবাণ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যৰ।

শেহতীয়াভাৱে এন আৰ চিৰ আপত্তিৰ শুনানি গ্ৰহণৰ সময়ত উন্মোচিত হোৱা ভুৱা আপত্তিৰ বিষয়ক লৈ সৰৱ হৈ অপূৰ্ব ভট্টাচাৰ্য্যই আজি ৰাজীৱ ভৱনত এক সংবাদমেল পাতি এই দৰে চৰকাৰক সমালোচনা কৰে।

‘এনে কাৰ্য্য কলাপেৰে উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলা বহু আকাংক্ষিত এন আৰ চি প্ৰক্ৰিয়াক বিলম্ব কৰিবলৈ আৰু ইয়াত আউল লগাবলৈহে কৰা হৈছে।’ কংগ্ৰেছ নেতাজনে কয়।

তেওঁ ১৯৫১ চনৰ এন আৰ চিকে ধৰি ১৯৭১ৰ আগৰ বৈধ নথি থকা লোকক হাৰাশাস্তি দিয়াৰ প্ৰসংগও উত্থাপন কৰে।

একেদৰে ডিটেশ্যন কেম্পত ৰখা আৰু বিদেশী ঘোষণা আদিৰ জৰিয়তে শংকাৰ সৃষ্টি কৰাৰ ফলত সমগ্ৰ ৰাজ্যত এতিয়ালৈ আত্মহত্যাকে ধৰি বিভিন্ন প্ৰকাৰে ৪৪ জন লোকৰ মৃত্যু হোৱা বুলি তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে।

নিহতসকলৰ ভিতৰৰ ৩৯ গৰাকীয়ে হিন্দু বাঙালী সম্প্ৰদায়ৰ বুলি দাবী কৰি ভট্টাচাৰ্য্যই কয়, ‘হিন্দু বাঙালীৰ প্ৰতি দৰদ দেখুওৱা বিজেপিৰ দিনত এইদৰে হিন্দু বাঙালী নিৰ্যাতিত হৈ আছে’।

তেওঁ অসম চৰকাৰ, ভাৰত চৰকাৰ, দেশৰ মহপঞ্জীয়ক আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক এইক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

একেখন সংবাদ মেলতেই নগাঁও আৰু কাচাৰ কাগজকল সন্দৰ্ভতো বিজেপিৰ দুয়োখন চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ আনে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd