• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত ২৬৩টা অবৈধ কয়লা খনি উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2025 11:03 am
113
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনৰ মধ্য অংশত, দুখন স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত ২৬৩টা অবৈধ কয়লা খনি উদ্ধাৰ হৈছে। বিগত তিনি বছৰত কয়লা খনিসমূহৰ পৰা অবৈধভাৱে খনন কৰা ২৫,৬৩০ টনৰো অধিক কয়লা জব্দ কৰা হৈছে।

বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত খনি আৰু খনিজ মন্ত্ৰী কৌশিক ৰায়ে ব্যাখ্যা কৰে যে ডিমা হাছাও জিলাকে ধৰি উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদত ২৪৮টা  খনি আৱিষ্কাৰ কৰা হৈছে। ইয়াৰ উপৰিও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পূব আৰু পশ্চিম কাৰ্বি আংলং জিলা সামৰি ১৫টা এনে খনি পোৱা গৈছে।

২০১৪ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (এন জি টি) নিষিদ্ধ কৰা কয়লা খনন এতিয়াও উত্তৰ-পূব ভাৰতৰ কিছু কিছু অংশত চলি আছে। ৰায়ে লগতে উল্লেখ কৰে যে এতিয়াও ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আদি জিলাত কয়লা খনন চলি আছে যদিও সেই অঞ্চলসমূহত কয়লা খননৰ সন্দৰ্ভত বিশেষ কোনো তথ্য প্ৰকাশ কৰা নাই।

চলিত বৰ্ষৰ আৰম্ভণিতে হঠাৎ বানপানীৰ ফলত উমৰাংছ’ৰ অবৈধ কয়লা খনিত আবদ্ধ হৈ ৯ জন শ্ৰমিক মৃত্যু হৈছিল। এক পৃথক উত্তৰত ৰায়ে কয় যে বিগত তিনি বছৰত চৰকাৰে ২৫,৬৩০ টনৰো অধিক অবৈধ কয়লা জব্দ কৰিছে।

এই কয়লা আইনগতভাৱে নিলাম কৰাৰ বাবে চৰকাৰে কাম কৰি থকাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ নেতৃত্বত এখন সমিতি গঠন কৰি অবৈধ খনন কাৰ্যকলাপ বন্ধ কৰিছে।

Recent News

যন্ত্ৰণাৰ পৰা স্বস্তি: বছৰ বছৰ ধৰি নিৰ্যাতনৰ অন্তত উদ্ধাৰ কৰা হ’ল হাতী মানিকীক

যন্ত্ৰণাৰ পৰা স্বস্তি: বছৰ বছৰ ধৰি নিৰ্যাতনৰ অন্তত উদ্ধাৰ কৰা হ’ল হাতী মানিকীক

ভাৰতৰ পৰা আমদানি বন্ধ কৰিলে ৱালমাৰ্ট-এমাজনে! শুল্ক বৃদ্ধিৰ পিছত দেশৰ বস্ত্ৰ উদ্যোগৰ বৃহৎ ক্ষতি

ভাৰতৰ পৰা আমদানি বন্ধ কৰিলে ৱালমাৰ্ট-এমাজনে! শুল্ক বৃদ্ধিৰ পিছত দেশৰ বস্ত্ৰ উদ্যোগৰ বৃহৎ ক্ষতি

ঘৰৰ সন্মুখতে পাৰ্কিঙক কেন্দ্ৰ কৰি বিবাদ; দিল্লীত অভিনেত্ৰী হুমা কুৰেশ্বীৰ ভাতৃক হত্যা যুৱকৰ

ঘৰৰ সন্মুখতে পাৰ্কিঙক কেন্দ্ৰ কৰি বিবাদ; দিল্লীত অভিনেত্ৰী হুমা কুৰেশ্বীৰ ভাতৃক হত্যা যুৱকৰ

আকৌ ট্ৰাম্পৰ নতুন ভাবুকি-‘ভাৰতৰ সৈতে আৰু কোনো বাণিজ্যিক আলোচনা নহয়’

আকৌ ট্ৰাম্পৰ নতুন ভাবুকি-‘ভাৰতৰ সৈতে আৰু কোনো বাণিজ্যিক আলোচনা নহয়’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd