• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ব পৰিৱেশ দিনাই ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়াৰ সিদ্ধান্ত

ৰাইমনাৰ সমান্তৰালকৈ দিহিং পাটকাইলৈয়ো ভাল খবৰ অহাৰ ইংগিত মুখ্যমন্ত্ৰীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 5, 2021 12:48 pm
CM Himanta

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

329
VIEWS
Share on FacebookShare on Twitter

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই বিটিআৰৰ ৰাইমনা অভয়াৰণ্যলৈ আহিছে এক ভাল খবৰ।

আজিৰে পৰা ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ফেচবুকযোগে এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ লগতে দিহিং পাটকাইলৈয়ো এক ভাল খবৰ অহাৰ ইংগিত দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দিহিং পাটকাইকো ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়াৰ কাম চলি আছে বুলি তেওঁ কয়।

যোৱা বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই ৰিপু অভয়াৰণ্যক ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানলৈ ৰূপান্তৰিত কৰাৰ বাবে কাম-কাজ চলি আছিল।

1606578391684404-1

ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যানলৈ ঘোষণা কৰাৰ লগে লগে অসমত মুঠ ৬ খনলৈ বৃদ্ধি পালে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা। পূৰ্বতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল ক্ৰমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানে।

তদুপৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত অন্য কেতবোৰ ঘোষণা কৰা পৰিলক্ষিত হয়।

ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক আজিৰ পৰা বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ হিচাপে নতুনকৈ নামকৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

ইপিনে, তেওঁ যুৱ সমাজক জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰি বহনক্ষম পদ্ধতি গ্ৰহণেৰে অধিক গছপুলি ৰোপণ কৰিবলৈ আৰু পৰিৱেশ সুৰক্ষাৰ দিশত আন্তৰিকতাৰে কাম কৰিবলৈ আহ্বান জনায়।

Recent News

সমাজসেৱী অঞ্জন লাল চৌধুৰীৰ দেহাৱসান

সমাজসেৱী অঞ্জন লাল চৌধুৰীৰ দেহাৱসান

ইজৰাইলৰ স্পাইচ-২৫০-এ বিধ্বংসী আঘাত হানিছে ইৰাণত!  চীন আৰু পাকিস্তানৰ হুমকিৰ প্ৰতি লক্ষ্য ৰাখি  সেই অস্ত্ৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে

ইজৰাইলৰ স্পাইচ-২৫০-এ বিধ্বংসী আঘাত হানিছে ইৰাণত! চীন আৰু পাকিস্তানৰ হুমকিৰ প্ৰতি লক্ষ্য ৰাখি সেই অস্ত্ৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে

ইৰাণে আকাশমাৰ্গ মুকলি কৰিলে ভাৰতীয় বিমানৰ বাবে! আজি নিশা দিল্লীত উপস্থিত হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো দল

ইৰাণে আকাশমাৰ্গ মুকলি কৰিলে ভাৰতীয় বিমানৰ বাবে! আজি নিশা দিল্লীত উপস্থিত হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো দল

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd