• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনাৰ বাবে বৰপেটাত DISHA ৰ বৈঠক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2025 4:44 pm
120
VIEWS
Share on FacebookShare on Twitter

বৰপেটাত শনিবাৰে লোকসভাৰ সাংসদ ফণী ভূষণ চৌধুৰীৰ সভাপতিত্বত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি চমুকৈ ডিছাৰ (DISHA) এখন বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত বিধায়ক, ডিচি ৰোহন কুমাৰ ঝা, চিইঅ জিলা পৰিষদ, বৰপেটা জিলা উন্নয়ন পৰিষদ, এডিচি, সহকাৰী আয়ুক্ত, আৰু লাইন বিভাগৰ মুৰব্বীসকলো উপস্থিত থাকে। বৈঠকত তেওঁলোকৰ হাতত অৰ্পন কৰা আঁচনিসমূহৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰে আৰু আলোচনাত বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পৰ ৰূপায়ণৰ পৰ্যালোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

সাংসদ চৌধুৰীয়ে উন্নয়নমূলক প্ৰকল্পসমূহ সময়োপযোগী ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াৰ ৰূপায়ণ ক্ষিপ্ৰতাৰে কৰিবৰ বাবে পৰামৰ্শ আগবঢ়ায়। এই বৈঠকত নির্বাচিত প্রতিনিধি আৰু জিলা প্রশাসনৰ মাজত সমন্বয় শক্তিশালী কৰি সুদক্ষ শাসন ব্যৱস্থা সুনিশ্চিত কৰাৰ লক্ষ্য স্থিৰ কৰে।

উপায়ুক্ত ৰোহন কুমাৰ ঝাই জিলা পৰ্যায়ত শাসন ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত ডিছাৰ উপযোগিতাৰ ওপৰত আলোকপাত কৰাৰ লগতে শাসনৰ ক্ষেত্ৰত ডিছাই সহযোগিতামূলক প্ৰচেষ্টা শক্তিশালী কৰিব বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে।

এই বৈঠকত বিভিন্ন বিভাগৰ প্ৰতিনিধিয়ে নিজ নিজ বিভাগৰ আঁচনি আৰু কাৰ্যসূচীৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৯ ​​ফেব্ৰুৱাৰীত ডিছাৰ বৈঠক অনুষ্ঠিত হৈছিল। তাৰ আগতে ২০২৩ চনৰ নৱেম্বৰ মাহত ডিছাৰ শেষৰখন বৈঠক অনুষ্ঠিত হৈছিল।

Recent News

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd