• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৰ্বোচ্চ ন্যায়ালয়ৰ ককৰ্থনাৰ পিছতে অসমৰ এন আৰ চিক লৈ বিবৃতি কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2019 10:37 pm
CAB in parliament: Rajnath Singh asks BJP MPs to be present

ৰাজনাথ সিঙৰ ফাইল ছবি।

1.8k
VIEWS
Share on FacebookShare on Twitter

অসমত এন আৰ চি উন্নীতকৰণত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক সৰ্বোচ্চ ন্যায়ালয়ে মঙলবাৰে কঠোৰভাৱে ককৰ্থনা কৰাৰ পিছতে বিষয়টো সন্দৰ্ভত বিবৃতি জাৰি কৰিছে দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।

লগতে পঢ়িবলৈ ক্লিক কৰক– এন আৰ চিত কেন্দ্ৰৰ ভূমিকা উদঙাই দিলে দেশৰ উচ্চতম ন্যায়ালয়ে

এন আৰ চি সম্পূৰ্ণকৰণৰ তাৰিখ পিছুওৱাৰ বাবে উচ্চতম ন্যায়ালয়ত খোদ গৃহ মন্ত্ৰ্যালয়েই আবেদন কৰাৰ বিপৰীতে সিঙে কয় যে নিৰ্ধাৰিত সময়তে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰ।

“এইটোও নিশ্চিত কৰা হ’ব যাতে কোনো ভাৰতীয় বাদ নপৰে বা কোনো বিদেশীৰ নাম যাতে চূড়ান্ত এন আৰ চিত নোসোমায়,” সিঙৰ বিবৃতিত প্ৰকাশ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে এন আৰ চি প্ৰক্ৰিয়াটো আগ বঢ়াই নিয়া বুলিও সিঙে মন্তব্য কৰিছে।

সিঙে লগতে কয় যে গৃহ বিভাগে ৰাজ্য চৰকাৰক এন আৰ চিৰ কাম সময়মতে আৰু নিৰপেক্ষভাৱে কৰিবৰ বাবে প্ৰয়োজনীয় ধন আৰু সম্পদ যোগান ধৰিছে।

Recent News

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

আলিগড় মুছলিম বিশ্ববিদ্যালয়ে লাভ কৰিলে নতুন কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্ট

আলিগড় মুছলিম বিশ্ববিদ্যালয়ে লাভ কৰিলে নতুন কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্ট

মাকে মোবাইল চুবলৈ নিদিয়াই হ’ল কাল : পাহাৰৰ পৰা জঁপিয়াই সৰ্বনাশ কৰিলে নাবালক সন্তানে

মাকে মোবাইল চুবলৈ নিদিয়াই হ’ল কাল : পাহাৰৰ পৰা জঁপিয়াই সৰ্বনাশ কৰিলে নাবালক সন্তানে

‘‘চীনে ভাৰতৰ ভূমি দখল কৰিছে বুলি আপুনি কেনেকৈ জানে?’’ ৰাহুল গান্ধীক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

‘‘চীনে ভাৰতৰ ভূমি দখল কৰিছে বুলি আপুনি কেনেকৈ জানে?’’ ৰাহুল গান্ধীক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd