• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Jihadi in Assam: ৰাজ্যত দুই জেহাদী গোটৰ সন্ধান; ১০ জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2022 7:30 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

110
VIEWS
Share on FacebookShare on Twitter

Jihadi links in Assam অসম আৰক্ষীয়ে দুটা জেহাদী গোটৰ অৱস্থিতি ধৰা পেলাইছে। আৰক্ষীয়ে দাবী কৰিছে যে বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে। বিগত ৪৮ ঘণ্টাত অসম আৰক্ষীয়ে ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক ক্ৰমে বৰপেটা, মৰিগাঁও, গুৱাহাটী আৰু গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষী জনোৱা মতে, বৰপেটা জিলাত এনে এটা গোটৰ সন্ধান পোৱাৰ বিপৰীতে আনটো জেহাদী গোটৰ সন্ধান পোৱা গৈছে মধ্য অসমৰ মৰিগাঁও অঞ্চলত।

লগতে পঢ়ক: Big Asteroids: ২৪ ঘণ্টাৰ ভিতৰত আহি আছে দুটা দৈত্যকায় গ্ৰহাণু; খুন্দা মাৰিব পৃথিৱীত!

আৰক্ষীয়ে সূত্ৰই জনোৱা অনুসৰি আল-কায়েদাৰ সৈতে জড়িত উগ্ৰপন্থী গোট বাংলাদেশৰ আনছাৰুল্লাহ বাংলা দলৰ সৈতে এইসকল জড়িত।

ইপিনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয় যে জেহাদী গোটটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় সংস্থাৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰা হৈছে। বাংলাদেশী গোটৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অসমত কেইবাটাও জেহাদী গোটে কাম চলাই আছে। চুবুৰীয়া বাংলাদেশৰ লগত লাগি থকা বাবে এয়া সম্ভৱ হৈছে।

আৰক্ষীয়ে ইয়াৰ আগতেও অসমত এনে ধৰণৰ জেহাদী সংযোগ বিচাৰি পাইছিল। যোৱা মাৰ্চ আৰু এপ্ৰিলত বৰপেটাৰ পৰা আৰক্ষীয়ে ১০ জনক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ মাজত এজন বাংলাদেশীও আছিল।

লগতে পঢ়ক: বিজ্ঞাপনৰ চৰকাৰ! পাঁচ বছৰত বিজ্ঞাপনৰ নামত ব্যয় ৩,৩৩৯.৪৯ কোটি টকা

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি বঙাইগাঁও জিলা আৰক্ষীয়ে বুধবাৰে গোৱালপাৰা জিলাৰ পৰা আব্বাছ আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁক জেৰা কৰাৰ পিছত আৰু আন আঠজনক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ সাতজনক বৰপেটাৰ পৰা আৰু এজনক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

In major crackdown against anti-National, Jihadi elements, Assam Police arrested 11 persons from Morigaon, Barpeta, Guwahati & Goalpara.

They are connected to Islamic fundamentalist organizations having linkages with global terror outfits such as AQIS & ABT. pic.twitter.com/LQ6y6A5UoY

— Assam Police (@assampolice) July 28, 2022

অতিৰিক্ত ডিজিপি (বিশেষ শাখা) হীৰেন নাথে এই কথা সদৰী কৰি কয় যে অসম আৰক্ষীয়ে মুফতি মুস্তাফা আহমেদ নামৰ এজন লোককো আৰক্ষীয়ে মৈৰাবাৰী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd