• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Big Asteroids: ২৪ ঘণ্টাৰ ভিতৰত আহি আছে দুটা দৈত্যকায় গ্ৰহাণু; খুন্দা মাৰিব পৃথিৱীত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2022 8:59 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Two big asteroids hurtling towards the Earth পৃথিৱীৰ দিশে গতি কৰি কোনো গ্ৰহাণু অহাৰ ঘটনা মাজে-সময়ে ঘটি থাকে। কিন্তু দুটা গ্ৰহাণু একে সময়তে পৃথিৱীৰ পিনে গতি কৰি অহা ঘটনা অতি বিৰল। তেনে এক অতি বিৰল ঘটনা অহা কেইদিনমানৰ ভিতৰত ঘটিবলৈ গৈ আছে!

২৯ জুলাই শুকুৰবাৰে কমেও ৪০০ ফুট ওখ এটা গ্ৰহাণু পৃথিৱীৰ দিশে গতি কৰি আহিব আৰু ই এই গ্ৰহটোৰ খুব কাষেৰে পৰা পাৰ হৈ যাব। এইটো কোৱা হৈছে যে সাম্প্ৰতিক সময়ত ইমান ডাঙৰ কোনো গ্ৰহাণু এনেধৰণে পৃথিৱীৰ ওচৰলৈ অহা নাই। আৰু প্ৰায় একে সময়তে আন এটা গ্ৰহাণুও পৃথিৱীৰ ওচৰলৈ আহি আছে। এইটো আকৌ প্ৰায় ৬০০ ফুট ওখ এক ভয়ানক আকৃতিৰ।

Apply Now

সকলোৰে বাবে চিন্তাৰ বিষয়টো হৈছে এই গ্ৰহাণুবোৰে অৱশেষত পৃথিৱীৰ সৈতে খুন্দা মাৰিব নেকি? যদি সংঘৰ্ষ ঘটে সি কিমান ভয়াৱহ হ’ব?

গ্ৰহাণু দুটাৰ নাম দিয়া হৈছে – ২০১৬চিজেড ৩১ আৰু ২০১৩চিইউ ৮৩। ইয়াৰ ভিতৰত ২০১৬চিজেড ৩১ গ্ৰহাণুটো ২৯ জুলাইত পৃথিৱীৰ কাষেৰে পাৰ হ’ব। কিন্তু পৃথিৱীৰ সৈতে ইয়াৰ দূৰত্ব হ’ব ২.৮ নিযুত কিলোমিটাৰ। সেইদৰে, পিছদিনা ৩০ জুলাইত ২০১৩চিইউ ৮৩ পৃথিৱীৰ দিশলৈ আহি আছে। ই আনটো গ্ৰহাণুতকৈ পৃথিৱীৰ বহু ওচৰলৈ আহি আছে। কিন্তু তৎস্বত্বেও এই গ্ৰহাণু আৰু পৃথিৱীৰ মাজত কমেও ৬.৯ নিযুত কিলোমিটাৰ দূৰত্ব থাকিব!

মহাকাশবিজ্ঞানীসকলে কৈছে যে এই দুটা গ্ৰহাণু দুটাৰ কোনোটোৰে পৃথিৱীৰ সৈতে খুন্দা লগাৰ সম্ভাৱনা নাই! অৱশ্যে তেওঁলোকে ব্যাখ্যা কৰা মতে গ্ৰহাণুৰ পাৰিপাৰ্শ্বিকতা যিকোনো সময়তে সলনি হ’ব পাৰে। সিহঁতৰ গতি বৃদ্ধি হ’ব পাৰে অথবা তেওঁলোকৰ দিশো সলনি হ’ব পাৰে। সেয়ে ইয়য়াৰ ওপৰত সুক্ষ্ম নিৰীক্ষণ অবিহনে সেইবোৰৰ বিষয়ে আগতীয়াকৈ জনাটো সম্ভৱ নহ’ব।

নাছাই এই দুটা গ্ৰহাণুক ‘সম্ভাৱ্য বিপজ্জনক'(পটেনশ্যিয়েলি ডেঞ্জাৰাছ) হিচাপে শ্ৰেণীবদ্ধ কৰিছে। ইয়াৰ অৰ্থ হৈছে যে সেইবোৰ যিকোনো মুহূৰ্তত বিপজ্জনক হৈ উঠিব পাৰে আৰু পৃথিৱীৰ সৈতেও সংঘৰ্ষ হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

July 20, 2026 3:59 pm
বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

July 20, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd