• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘোষণা কৰা হ’ল অসম আৰক্ষীৰ কনিষ্টবল পদৰ ফলাফল! কিদৰে চাব পৰীক্ষাৰ ফলাফল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2025 11:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত এইবাৰ ঘোষণা কৰা হ’ল অসম আৰক্ষী কনিষ্টবলৰ শাৰীৰিক দক্ষতা পৰীক্ষাৰ ফলাফল।

আজি পুৱা ১১ বজাৰ লগ-লগে ঘোষণা হ’ল অসম আৰক্ষী কনিষ্টবলৰ Physical Efficiency Testৰ ফলাফল। STATE LEVEL POLICE RECRUITMENT BOARD ASSAMৰ (SLPRB)এ ঘোষণা কৰে পৰীক্ষাৰ ফলাফল। শাৰীৰিক দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে নিযুক্তি ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট slprbassam.inত গৈ পঞ্জীয়ন নম্বৰ আৰু জন্ম তাৰিখ লিখি ফলাফল পৰীক্ষা কৰিব পাৰিব। Physical Efficiency Testত সফল প্ৰাৰ্থীসকলে পৰৱৰ্তী নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব।

এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে অসম আৰক্ষীত কনিষ্টবল (UB), কনিষ্টবল (AB), নাওচালক, আৰক্ষী কনিষ্টবল (যোগাযোগ)কে ধৰি মুঠ ৪০০০ৰো অধিক পদ পূৰণ কৰা হ’ব। STATE LEVEL POLICE RECRUITMENT BOARD ASSAMএ জাৰি কৰা গাইডলাইনৰ অধীনত এই পৰীক্ষা অনুষ্ঠিত হৈছিল।

কিদৰে চাব আৰক্ষী কনিষ্টবলৰ ফলাফল-
অসম আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট slprbassam.in চাওক
হোম পেজত দিয়া ফলাফলৰ অপশ্যনলৈ যাওক
তাত Constable PET Result লিংকত ক্লিক কৰক
আৰু প্ৰয়োজনীয় তথ্য লিখক
ফলাফল উপলব্ধ হ’ব।

উল্লেখ্য যে, অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তিৰ লিখিত পৰীক্ষাৰ ফলাফল ৬ মাৰ্চত নিযুক্তি ব’ৰ্ডে ঘোষণা কৰিছিল। SI নিযুক্তিৰ বাবে এইবৰ্ষৰ ৫ জানুৱাৰীত অনুষ্ঠিত হৈছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিৰ্দিষ্ট কেন্দ্ৰত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। মুঠ ২০৩টা উপ পৰিদৰ্শক পদত নিযুক্তিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল।

অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তিৰ লিখিত পৰীক্ষাত সফল হোৱা প্ৰাৰ্থীসকলে পিইটি/পিএছটিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। নিযুক্তি ব’ৰ্ডে প্ৰকাশ কৰা সূচী অনুসৰি ১৭ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ গুৱাহাটীৰ কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়নত Physical Efficiency Testত অনুষ্ঠিত হ’ব। লিখিত পৰীক্ষাত সফল হোৱা পৰীক্ষাৰ্থীয়ে ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ PET-ৰ সূচী পৰীক্ষা কৰিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd