• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘোষণা কৰা হ’ল অসম আৰক্ষীৰ কনিষ্টবল পদৰ ফলাফল! কিদৰে চাব পৰীক্ষাৰ ফলাফল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2025 11:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত এইবাৰ ঘোষণা কৰা হ’ল অসম আৰক্ষী কনিষ্টবলৰ শাৰীৰিক দক্ষতা পৰীক্ষাৰ ফলাফল।

আজি পুৱা ১১ বজাৰ লগ-লগে ঘোষণা হ’ল অসম আৰক্ষী কনিষ্টবলৰ Physical Efficiency Testৰ ফলাফল। STATE LEVEL POLICE RECRUITMENT BOARD ASSAMৰ (SLPRB)এ ঘোষণা কৰে পৰীক্ষাৰ ফলাফল। শাৰীৰিক দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে নিযুক্তি ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট slprbassam.inত গৈ পঞ্জীয়ন নম্বৰ আৰু জন্ম তাৰিখ লিখি ফলাফল পৰীক্ষা কৰিব পাৰিব। Physical Efficiency Testত সফল প্ৰাৰ্থীসকলে পৰৱৰ্তী নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব।

Apply Now

এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে অসম আৰক্ষীত কনিষ্টবল (UB), কনিষ্টবল (AB), নাওচালক, আৰক্ষী কনিষ্টবল (যোগাযোগ)কে ধৰি মুঠ ৪০০০ৰো অধিক পদ পূৰণ কৰা হ’ব। STATE LEVEL POLICE RECRUITMENT BOARD ASSAMএ জাৰি কৰা গাইডলাইনৰ অধীনত এই পৰীক্ষা অনুষ্ঠিত হৈছিল।

কিদৰে চাব আৰক্ষী কনিষ্টবলৰ ফলাফল-
অসম আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট slprbassam.in চাওক
হোম পেজত দিয়া ফলাফলৰ অপশ্যনলৈ যাওক
তাত Constable PET Result লিংকত ক্লিক কৰক
আৰু প্ৰয়োজনীয় তথ্য লিখক
ফলাফল উপলব্ধ হ’ব।

উল্লেখ্য যে, অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তিৰ লিখিত পৰীক্ষাৰ ফলাফল ৬ মাৰ্চত নিযুক্তি ব’ৰ্ডে ঘোষণা কৰিছিল। SI নিযুক্তিৰ বাবে এইবৰ্ষৰ ৫ জানুৱাৰীত অনুষ্ঠিত হৈছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিৰ্দিষ্ট কেন্দ্ৰত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। মুঠ ২০৩টা উপ পৰিদৰ্শক পদত নিযুক্তিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল।

অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তিৰ লিখিত পৰীক্ষাত সফল হোৱা প্ৰাৰ্থীসকলে পিইটি/পিএছটিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। নিযুক্তি ব’ৰ্ডে প্ৰকাশ কৰা সূচী অনুসৰি ১৭ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ গুৱাহাটীৰ কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়নত Physical Efficiency Testত অনুষ্ঠিত হ’ব। লিখিত পৰীক্ষাত সফল হোৱা পৰীক্ষাৰ্থীয়ে ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ PET-ৰ সূচী পৰীক্ষা কৰিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd