• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2025 8:43 pm
আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে বিগত দুটা মাহত আঁচনিভুক্ত কৰ্মচাৰীসকলৰ মাননি বৃদ্ধি সংক্ৰান্তত তিনিটা ঘোষণা কৰিছে৷ প্ৰথম ঘোষণা ১০ জুন, ২০২৫ ত, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (NHM)ত তৃণমূলৰ সেৱাকৰ্তা ‘আশা’ সকলৰ বাবে মাত্ৰ এহেজাৰ টকা বৃদ্ধিৰ ঘোষণা৷ দ্বিতীয় ঘোষণা ২২ জুন, ২০২৫- ত মধ্যাহ্ন ভোজন আঁচনিত কৰ্মৰত ৰন্ধন কৰ্মচাৰীসকলৰ বাবে মাত্ৰ ৫০০টকা বৃদ্ধিৰ ঘোষণা৷ তৃতীয় ঘোষণা ১০ জুলাই ২০২৫ ত আই চি ডি এছৰ তৃণমূলৰ কৰ্মচাৰী অংগনৱাড়ী কৰ্মীলৈ ১৫০০ টকা আৰু সহায়িকালৈ ৭৫০ টকা বৃদ্ধিৰ ঘোষণা৷ এই বৃদ্ধি অতি নগণ্য আৰু এই ঘোষণা প্ৰবঞ্চনামূলক৷

নিত্য ব্যৱহায্য সকলো সামগ্ৰীৰ অবাধ দাম বৃদ্ধি চলি থকাৰ সময়ত মাত্ৰ ২০০০-৪০০০ টকাৰে এগৰাকী কৰ্মচাৰীক জীৱন নিৰ্বাহ কৰিবলৈ দিয়াটো চৰকাৰখনৰ দায়িত্বহীনতাৰ বহিঃপ্ৰকাশ মাত্ৰ৷ অসমত দিনহাজিৰা ভিত্তিত কাম কৰি থকা লোকসকলেও ৬০০ টকাৰ তলত কাম নকৰে৷ তেনেসময়ত চৰকাৰে একোগৰাকী মহিলা কৰ্মচাৰীক মাত্ৰ ২৬৬ টকাৰ তলত হাজিৰা দি কামত খটুৱাব বিচাৰিছে৷

উল্লেখযোগ্য এই তিনিওখন আঁচনি কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী (Flagship)আঁচনি৷ অসমত এই আঁচনিত কৰ্মৰত বৰ্তমান কৰ্মচাৰী ২লাখ ৬২ হেজাৰ৷ (অংগনৱাড়ী-১ লাখ ২১ হাজাৰ, ৰন্ধন কৰ্মচাৰী ১লাখ ২২জহাজাৰ আৰু আশা ৩৩ হেজাৰ৷) তিনিওখন আঁচনিত কৰ্মৰত কৰ্মচাৰীসকলৰ ইউনিয়নে অসম চৰকাৰৰ পৰা পোৱা উদগনিমূলক মাননি (incentives) কমেও দহ হেজাৰ টকাৰ দাবী কৰি আছিল৷ অসম চৰকাৰে এনে দাবীবোৰ সন্দৰ্ভত বিচাৰ বিবেচনা কৰি চৰকাৰক পৰামৰ্শ দিবলৈ সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী অজন্তা নেওগক অধ্যক্ষা হিচাপে লৈ এখন কেবিনেট উপসমিতিও গঠন কৰি দিছিল৷ এই কেবিনেট উপসমিতিৰ  ওচৰতো উল্লেখিত কৰ্মচাৰী সংগঠনবোৰে সাক্ষ্যদান কৰিছিল আৰু আৱেদনো জনাইছিল যাতে কেন্দ্ৰ ৰাজ্য উভয় চৰকাৰ মিলি অন্ততঃ দহ হাজাৰ টকা মাহিলি মাননি পোৱাৰ ব্যৱস্থা কৰে৷

বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ বিভিন্ন ঠাইত দিয়া ভাষণ, কেবিনেট উপসমিতি গঠন কাৰ্য সকলো এতিয়া ভেকোভাওনাত পৰিণত হ’ল৷ অতি সামান্য মাননিৰ ধন বঢ়াই দি চৰকাৰে বাঃ বাঃ ল’ব বিচাৰিছে৷ যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গঠিত ভাৰতীয় শ্ৰম সন্মিলনৰ ৪৫ আৰু ৪৬ সংখ্যক বৈঠকৰ অনুমোদন অনুসৰি  এইসকল কৰ্মচাৰীক ন্যূনতম মজুৰি আইনৰ আওতালৈ আনি ন্যূনতম মজুৰি প্ৰদান কৰিব লাগে সেইসময়ত বিজেপি চৰকাৰে উপযুক্ত মাননিৰ ধন কেইটামানো বৃদ্ধি কৰাত অপাৰগতা প্ৰকাশ কৰি আছে৷ চৰকাৰৰ এই ভূমিকা অতিশয় নিন্দনীয়৷ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাক্সৰ্বাদী)ৰ ১০-১১ জুলাইত অনুষ্ঠিত অসম ৰাজ্যিক কমিটিৰ সভাই আঁচনিভুক্ত কৰ্মচাৰীৰ প্ৰতি অসম চৰকাৰৰ চৰম বঞ্চনাক গৰিহণা দিয়ে আৰু তাৎক্ষণিকভাৱে উল্লিখিত ঘোষণাবোৰ পুনৰ বিবেচনাৰ দাবী জনাইছে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am
আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am
আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd