• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মির্চি মিউজিক এৱাৰ্ডৰ বাবে মনোনীত অসমৰ কণ্ঠশিল্পী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2020 2:00 pm
sarodee-borah-664x375

শাৰদী বৰাৰ ফাইল ফটো। উৎস: ফেইচবুক

3.4k
VIEWS
Share on FacebookShare on Twitter

অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী শাৰদী বৰাই ১২ সংখ্যক মিৰ্চি মিউজিক এৱাৰ্ডছ,২০২০’ৰ বাবে মনোনীত হৈছে।

তেওঁক ‘বৰ্ষটোৰ শ্ৰেষ্ঠ উদীয়মান মহিলা কণ্ঠশিল্পী’ শাখাৰ বাবে মনোনীত কৰা হৈছে।

‘জিন্দেগি তুমচে’ নামৰ ছবিখনক ‘স্বপ্নে জো ভি’ গানটোৰ বাবে তেওঁ এই মনোননয়ন পাইছে।

সন্মানীয় মিৰ্চি এৱাৰ্ডৰ বাবে মনোনয়ন লাভ কৰা তেওঁ হৈছে অসমৰ প্ৰথম গৰাকী মহিলা কণ্ঠশিল্পী।

শাৰদীৰ ঘৰ ডিব্ৰুগড়ত আৰু তেওঁ প্ৰদীপ বৰা আৰু ৰুণুমী বৰাৰ কন্যা।

তেওঁৰ পিতৃ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক।

শাৰদীয়ে এম টি ভি ক’ক ষ্টুডিঅ’ (চিজন টু)ত প্ৰদৰ্শন আগবঢ়োৱাৰ পাছতেই ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হৈ পৰে।

শাৰদীয়ে ‘শানদাৰ(২০১৫)’, ‘য়েহ ইস্ক ছাৰফিৰা(২০১৫)’,’সুৰবীৰ(২০১৬)’কে ধৰি কেইবাখনো বলীউদৰ ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰিছে।

তেওঁ বহুকেইখন টেলিভিশ্বনৰ ধাৰাবাহিকৰ বাবে গান গাইছে।

মিৰ্চি মিউজিক এৱাৰ্ড বছৰি ৰেডিঅ’ মিৰ্চিয়ে ভাৰতৰ হিন্দী ভাষাৰ চলচ্চিত্ৰ সংগীত উদ্যোগৰ বৃত্তিধাৰী শিল্পী তথা কুশলীসকলৰ প্ৰদৰ্শনৰ বাবে আগবঢ়াই আহিছে।

২০০৮ৰ পৰা প্ৰৱৰ্তন কৰা এই বঁটা ১৭ টা বিভিন্ন শাখাত প্ৰদান কৰা হয়।

Recent News

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd