• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত আৰম্ভ কৰ’নাৰ ৰেপিড টেষ্ট

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 23, 2020 6:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ অনুমোদনমৰ্মে অসমত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল ক’ভিড-১৯ৰ ৰেপিড টেষ্ট।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত ৰেপিড টেষ্ট আৰম্ভ হৈছে।

স্বাস্থ্য মন্ত্ৰীৰ উপস্থিতিত ১৫ গৰাকীক পৰীক্ষা কৰি ফলাফল ঋণাত্মক পোৱা গৈছে৷ এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী শৰ্মাই৷

স্বাস্থ্য মন্ত্ৰীয়ে প্ৰকাশ কৰা মতে ৰেপিড টেষ্টৰ সকলো পৰীক্ষাৰ ফলাফল ঋণাত্মক হ’লে ৪৮ ঘণ্টাৰ ভিতৰত পুনৰ স্পেনিছ গাৰ্ডেন খুলি দিয়া হ’ব।

উল্লেখ্য যে স্পেনিচ গাৰ্ডেনত এগৰাকী ব্যক্তিৰ কৰ‘না আক্ৰান্ত বুলি  ধৰা পৰাৰ পিচতে প্ৰশাসনৰ পৰা বন্ধ কৰি দিয়া হৈছিল প্ৰৱেশ প্ৰস্থান৷

গুৰুত্বপূৰ্ণ কথা এই যে ভাৰত চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে ৯ হাজাৰো অধিক ৰেপিড টেষ্ট কিট লাভ কৰিছে৷ এইবোৰৰ জৰিয়তে ১৫ মিনিটৰ ভিতৰত ক’ভিড-১৯ৰ ফলাফল পাব পাৰি৷

যিহেতু ৰাজ্যত ২৫ এপ্ৰিলৰ পৰা আটাইকেইখন চিকিৎসা মহাবিদ্যালয় আৰম্ভ হব সকলো ৰোগীৰ চিকিৎসা তাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব ৰেপিড টেষ্ট৷ কোনো ৰোগীৰ ওপৰত যদি চিকিৎসকৰ সন্দেহ হয় বা চিকিৎসা কৰাৰ পূৰ্বে চিকিৎসকে ৰোগী গৰাকীৰ কৰ‘না আক্ৰান্ত নেকি সেয়া  পৰীক্ষা কৰিব পৰিব, এই কথা জনায় মন্ত্ৰী শৰ্মাই।

ইফালে আঠগাওঁ কবৰস্থান মছজিদত আগন্তুক দুই এদিনৰ ভিতৰতে ৰেপিড টেষ্ট কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷

আনহাতে এসপ্তাহৰ মূৰত আজি ধুবুৰীৰ বিলাসীপাৰাত ধৰা পৰা কৰ’না আক্ৰান্ত ৰোগীগৰাকী সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় কোৱাৰেন্টাইনত থকা ব্যক্তিগৰাকীৰ দেহত ১৮ দিনত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি৷

তেওঁ কয় যে ১৪ দিনতে ধৰা পৰাৰ কথাটো এতিয়া কিছু সলনি হৈছে৷ তাৰবাবে যিসকল ব্যক্তিৰ দেহত কৰ‘না ধৰা পৰিছে বা প্ৰত্যেক্ষ সংস্পৰ্শত আছে তেওঁলোকক ২৮ দিনৰ বাবে কৰা হ’ব কোৱাৰেন্টাইন৷

Tags: COVID-19
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd