• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদী চৰকাৰৰ বিপৰীতে প্ৰয়োজন এখন ধৰ্ম নিৰপেক্ষ চৰকাৰ : চি পি আই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2019 4:15 pm
CPI manifesto
542
VIEWS
Share on FacebookShare on Twitter

৩ এপ্ৰিল অৰ্থাৎ বুধবাৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টী চমুকৈ চি পি আইৰ ৰাজ্যিক কাৰ্য্যালয়ত মুকলি কৰা হয় নিৰ্বাচনী ইস্তাহাৰ। দলটোৱে সমগ্ৰ দেশৰ বাবে অসম ৰাজ্য পৰিষদৰ তৰফৰ পৰা অসমৰ কেইটামান জ্বলন্ত সমস্যা দাঙি ধৰাৰ বাবে ইস্তাহাৰখন প্ৰকাশ কৰে।

অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া, বিদ্ৰোহী সমস্যাৰ ৰাজনৈতিক সমাধান, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ, অসমৰ সীমা সুৰক্ষা, নিবনুৱা সমস্যা সমাধান, গুৱাহাটী চহৰৰ প্ৰদূষণ, বানপানী সমস্যাৰ স্থায়ী সমাধান আদিৰ দৰে জ্বলন্ত সমস্যা সমূহৰ বিষয়ে ইস্তাহাৰত উল্লেখ কৰে।

সংবাদমেলত দলটোৰ অসম ৰাজ্য পৰিষদে ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিজেপিৰ ২০১৪ চনৰ জয়ে ভাৰতবৰ্ষৰ ৰাজনীতি চৰম পন্থাৰ ফালে ঢাল খুৱাই লৈ গ’ল বুলি মন্তব্য কৰে। আৰ এছ এছ আৰু সমগ্ৰ সংঘ পৰিবাৰে দেশৰ ৰাষ্ট্ৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিলে।

ইয়াৰ উপৰি বিমুদ্ৰাকৰণ, জি এছ টি আদিৰ জৰিয়তে কৰা অৰ্থনৈতিক বিপৰ্য্যৰ ফলত দেশত কৰ্মসংস্থাপন নোহোৱা হ’ল। মোদী চৰকাৰে পাঁচ বছৰীয়া শাসনকালত দিয়া বিকাশৰ প্ৰতিশ্ৰুতি সকলো ধোৱাচাঙত উঠিল বুলিও বিজেপক কটাক্ষ কৰে।

সেয়ে এই নিৰ্বাচনত মোদী চৰকাৰক পৰাস্ত কৰি জনসাধাৰণৰ হৈ কাম কৰা এখন গণতান্ত্ৰিক ধর্ম নিৰপেক্ষ চৰকাৰ কেন্দ্ৰত গঠন কৰিব লাগিব। এই নিৰ্বাচনৰ ৰায় জনসাধাৰণৰ ৰায় হ’ব লাগিব বুলি মন্তব্য কৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক পৰিষদে।

উল্লেখ্য যে এইবাৰৰ লোকসভা নিৰ্বাচনত দলটোৱে অসমৰ দুটা সমষ্টিত প্ৰাৰ্থী আগবঢ়াইছে। যোৰহাটত কনক গগৈ আৰু লখিমপুৰত অৰূপ কলিতাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd