• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভিছাৰ বাবে বিশ্ব টাইকোৱানডোত ভাগ লোৱাৰ পৰা বঞ্চিত হ’ল অসমৰ দুই প্ৰতিভাৱান টাইকোৱানডো খেলুৱৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2019 5:29 pm
rodali-750x375

ফাইল ফটো। ৰ'দালি বৰুৱা।

712
VIEWS
Share on FacebookShare on Twitter

গ্রেইট ব্রিটেইনৰ মানচেষ্টাৰত ১৫ মে’ৰ পৰা ১৯ মে’লৈ অনুষ্ঠিত হ’বলগীয়া বিশ্ব টাইকোৱানডো প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব লগা অসমৰ প্ৰতিভাৱান টাইকোৱানডো খেলুৱৈ ৰ’দালি বৰুৱা আৰু দীপিকা হাজৰিকাৰৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ আশাত চেঁচাপানী পৰে।

প্ৰতিযোগিতাখনত ভাৰতীয় দলৰ হৈ খেলিবৰ বাবে নিৰ্বাচন কমিটীয়ে অসমৰ প্ৰতিভাৱান টাইকোৱানডো খেলুৱৈ দুগৰাকীক নিৰ্বাচিত কৰিছিল যদিও দিল্লীত থকা বৃটিছ উচ্চায়ুক্তই খেলুৱৈ দুগৰাকীক ব্ৰিটেনলৈ যাবৰ বাবে প্ৰয়োজনীয় ভিছা  নাকচ কৰাৰ ফলত খেলুৱৈ দুগৰাকীয়ে বিশ্বমানৰ প্ৰতিযোগিতাখনত অংশ লোৱাৰ পৰা বঞ্চিত হ’ব লগীয়া হয়।

বিশ্ব টাইকোৱানডো প্ৰতিযোগিতাখনত ৰ’দালিয়ে ৭৩ কেজি ঊৰ্ধ্ব শাখাত আৰু দীপিকাই ৪৬ কেজি অনূৰ্ধ্ব শাখাত ভাগ লোৱাৰ কথা আছিল। ইতিমধ্যে প্ৰতিযোগিতাখনৰ বাবে দুয়োগৰাকী খেলুৱৈয়ে বহু দিনৰ পৰা প্ৰস্তুতি চলাই আছিল।

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে দুয়োগৰাকী খেলুৱৈক প্ৰতিযোগিতাখনত ভাগ লোৱাৰ বাবে ১.৭০ লাখ টকাকৈ আৰ্থিক সাহায্যও প্ৰদান কৰিছিল।

Recent News

ঋণ জালিয়াতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ইউকো বেংকৰ প্ৰাক্তন কাৰ্যবাহী সুবোধ গোৱেলক

ঋণ জালিয়াতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ইউকো বেংকৰ প্ৰাক্তন কাৰ্যবাহী সুবোধ গোৱেলক

‘জীৱিত মহিলা’ক হত্যা কৰাৰ অপৰাধত ৭ বছৰৰ কাৰাদণ্ডৰ অন্তত মুকলি হ’ল এজন ব্যক্তি

‘জীৱিত মহিলা’ক হত্যা কৰাৰ অপৰাধত ৭ বছৰৰ কাৰাদণ্ডৰ অন্তত মুকলি হ’ল এজন ব্যক্তি

কৰ্কট ৰোগত আক্ৰান্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন; বৰ্তমান কেনে আছে তেওঁৰ স্বাস্থ্য?

কৰ্কট ৰোগত আক্ৰান্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন; বৰ্তমান কেনে আছে তেওঁৰ স্বাস্থ্য?

সুন্দৰী ইউটিউবাৰৰ পিছত এইবাৰ ব্যৱসায়ী; উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ আন এক ‘পাকিস্তানী গুপ্তচৰ’

সুন্দৰী ইউটিউবাৰৰ পিছত এইবাৰ ব্যৱসায়ী; উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ আন এক ‘পাকিস্তানী গুপ্তচৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd