• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ মুক্তিৰ দাবীত অসম তৃণমূল মহিলা কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 18, 2022 4:30 pm
Barshashree Buragohain
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত কাৰাবন্দী হৈ থকা বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ মুক্তিৰ দাবীত অসম তৃণমূল মহিলা কংগ্ৰেছে জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় চৌহদত আজি ২ ঘণ্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷

মহানগৰীৰ বিভিন্ন প্ৰাপ্তৰ শতাধিক মহিলাই অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত বৰ্ষাশ্ৰীৰ মুক্তিৰ জোৰদাৰ দাবী কৰি ‘বৰ্ষাশ্ৰীক মুক্তি দিয়ক’, ‘জনগণৰ কণ্ঠ ৰোধ কৰা কাৰ্য নচলিব’, ‘নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰক’, ‘বাকস্বাধীনতাৰ হৰণ নচলিব’ আদি শ্ল’গানেৰে কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে৷

তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা স্মৃতি শৰ্মা হাজৰিকাই অভিযোগ কৰে যে বিজেপি চৰকাৰৰ এজন মন্ত্ৰীয়ে আলফাৰ ওচৰত ক্ষমা খুজি আজিও মন্ত্ৰী হৈ থাকিল, কিন্তু এজনী কলেজীয়া ছাত্ৰীক কবিতা লিখাৰ বাবে কাৰাগাৰত বন্দী কৰি থয়৷

কবিতা লিখি যদিহে অপৰাধ কৰিছিল তেন্তে কমবয়সীয়া ছাত্ৰীগৰাকীক কাউন্সিলিং কৰাৰ প্ৰয়োজন আছিল৷ কিন্তু সেয়া নকৰি ছাত্ৰীগৰাকীক কাৰাগাৰত ভৰাই থোৱাটো গণতন্ত্ৰৰ পৰিপন্থী বুলি অভিযোগ কৰে তৃণমূল নেত্ৰীগৰাকীয়ে৷ সেয়েহে তৃণমূল মহিলা কংগ্ৰেছে বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক শীঘ্ৰে মুক্তি দিবলৈ আহ্বান জিনাইছোঁ।”

আনহাতে অসম তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ ভৱানী কলিতাই কয় যে বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক বন্দী কৰি অন্তৰশূন্য মুখ্যমন্ত্ৰীয়ে নিষ্ঠুৰতাৰ পৰিচয় দিছে৷

চৰকাৰৰ মনুষ্যত্বহীনতা, ক্ৰূৰতাপূৰ্ণ আচৰণৰ ফলত এগৰাকী ছাত্ৰীয়ে কাৰাগাৰাত পৰীক্ষাত বহিবলগীয়া হোৱাটোৱে জাতিটোৰ বাবে বিড়ন্বনা বুলিও তেওঁ লগতে উল্লেখ কৰে৷

তেওঁ কয়, “চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ কাৰোবাক পোতাশালত নিক্ষেপ কৰি আভুৱা ভৰা কাৰ্য আৰু পোতাশালত বন্দী কৰি বিজেপিয়ে অতি দৰিদ্ৰ ঘৰৰ সন্তানৰ ভৱিষ্যত ধ্বংস কৰিব খুজিছে।

বিজেপিৰ এনে নিকৃষ্ট কাণ্ডক অসম তৃণমূল মহিলা কংগ্ৰেছে কোনোপধ্যেই মানি নলয় বুলি নেত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত দোহাৰে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd