• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইংলেণ্ডত হ’বলগীয়া টাইকোৱানডো প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত দুগৰাকী অসম কন্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2019 12:46 pm
Rodali Baruah

টাইকোৱানডো খেলুৱৈ ৰ'দালি বৰুৱাৰ ফাইল ফটো

873
VIEWS
Share on FacebookShare on Twitter

অহা ১৫ মে’ৰ পৰা ইংলেণ্ডৰ মানচেষ্টাৰ চিটিৰ এটিহাড ষ্টেডিয়ামত হ’ব লগীয়া বিশ্ব ছিনিয়ৰ টাইকোৱানডো প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰিছে অসমৰ দুগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে। খেলুৱৈ দুগৰাকী হ’ল ৰ’দালি বৰুৱা আৰু দীপিকা হাজৰিকা।

যোৱা বছৰ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেইমছত ভাৰতক প্ৰতিনিধিত্ব কৰা ৰ’দালি বৰুৱাই প্ৰতিযোগিতাখনত ৭৩ কেজি ওজন শাখাত আৰু দীপিকাই ৪৬ কেজি শাখাত খেলিব।

উল্লেখ্য যে বিশ্বৰ প্ৰায়বোৰ আগশাৰীৰ দেশৰ খেলুৱৈৰে সমৃদ্ধ হ’ব লগীয়া প্ৰতিযোগিতাখনত ৰ’দালিয়ে এইবাৰ পদক বুটলি অনাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি অসম টাইকোৱানডো সন্থাই আশা প্ৰকাশ কৰে।

একেদৰে দীপিকাও বেছ প্ৰতিভাৱান। দুয়োগৰাকী খেলুৱৈৰ অন্তৰ্ভুক্তিত অসম টাইকোৱানডো সন্থাৰ সম্পাদক হিৰণ্য শইকীয়াই সন্তোষ প্ৰকাশ কৰাৰ লগতে সফলতা কামনা কৰিছে।

উল্লেখযোগ্য যে যোৱাবাৰ ভিয়েটনামত অনুষ্ঠিত ২৩ সংখ্যক এছিয়ান চেম্পিয়নশ্বিপত দেখুওৱা সুন্দৰ প্ৰদৰ্শন আৰু জাকাৰ্টাত অনুষ্ঠিত ১৮ সংখ্যক এছিয়ান গেইমছ আমন্ত্ৰণমূলক টাইকোৱানডো প্ৰতিযোগিতাতত ব্ৰঞ্জৰ পদক লাভ কৰাৰ সুবাদত তেজপুৰৰ জীয়ৰী ৰ’দালিয়ে জাকাৰ্টা এছিয়ান গেইমছৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

Recent News

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd