NORTHEAST NOW (Assamese)

Assamese GK 2022: ভাৰতৰ স্বাধীনতা দিৱস সম্পৰ্কীয় কেইটামান বহু বিকল্পী প্ৰশ্নোত্তৰ

August 11, 2022 4:07 pm · এন ই নাও নিউজ
Updated: August 12, 2022 5:41 pm

দেশে উলহ-মালহেৰে পালন কৰিছে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি। এনে পবিত্ৰক্ষণতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে জৰিত কেতবোৰ বিষয়কলৈ প্ৰস্তুত কৰা হৈছে কেইটামান
বহু বিকল্পী প্ৰশ্ন।শুদ্ধ বুলি ভবা উত্তৰসমূহত ক্লিক কৰি একেবাৰে শেষত থকা চাবমিটত ক্লিক কৰিলে ভুল-শুদ্ধৰ বিষয়ে জানিব পাৰিব।

Welcome to your Quiz 11/08/2022

১. ভাৰতৰ এইসকল প্ৰধানমন্ত্ৰীৰ কোনগৰাকীয়ে কেতিয়াও লালকিল্লাত ত্ৰিৰংগা উন্মোচন কৰা নাই?

২. জৱাহৰলাল নেহৰুৱে কিমান বাৰ লালকিল্লাত ত্ৰিৰংগা উত্তোলন কৰিছিল?

৩. "সাৰে জাহান চে আচ্ছা" গীতটো কোনে লিখিছিল?

৪. "বন্দে মাতৰম" গানটো কোনখন কিতাপৰ পৰা লোৱা হৈছে?

৫. গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

৬. অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

৭. স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল?

৮. ১৯০৫ চনত কংগ্ৰেছৰ বেনাৰেস অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?

৯. জালিয়ানৱালা বাগ গণহত্যা কেতিয়া সংঘটিত হৈছিল?

১০. স্বাধীনতা দিৱসৰ পেৰেডত কিমান ৰাউণ্ড গুলী চালনা কৰা হয়?

১১. স্বাধীনতাৰ পিছত স্বায়ত্তশাসিত ৰাজ্যসমূহক কোনে একত্ৰিত কৰিছিল?

১২.যুক্তৰাজ্যৰ সংসদৰ কোনখন আইনে ব্ৰিটিছ ভাৰতক ভাৰত আৰু পাকিস্তানৰ দুটা নতুন স্বাধীন অধিৰাজ্যত বিভক্ত কৰিছিল?

১৩.স্বাধীন ভাৰতৰ প্ৰথম মহিলা কেবিনেট মন্ত্ৰী কোন আছিল?

১৪.স্বাধীনতাৰ বাবে কোনে "ভাৰতীয় ৰাষ্ট্ৰীয় সেনা" সৃষ্টি কৰিছিল?

১৫. কোন স্বাধীনতা সংগ্ৰামীয়ে "উলগুলান আন্দোলন" আৰম্ভ কৰিছিল?

১৬. সংবিধান সভাই ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কেতিয়া গ্ৰহণ কৰিছিল?

১৮.কোন খন চহৰত প্ৰথম ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল?

১৯. কাক 'ফ্ৰণ্টিয়াৰ গান্ধী' বুলি জনা যায়?

বাৰ্মা ভাৰতৰ পৰা পৃথক হৈছিল?

Also Read: Assamese GK 2022: ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

Also Read: Assamese GK 2022: ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ II 

Related News