• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

ককৰোচ জনতা পাৰ্টি চমুকৈ চিজেপিয়ে আজি তাৎক্ষণিকভাৱে তেওঁলোকৰ প্ৰতিবাদ সামৰণি পেলোৱাৰ কথা ঘোষণা কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2026 5:55 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ককৰোচ জনতা পাৰ্টি চমুকৈ চিজেপিয়ে আজি তাৎক্ষণিকভাৱে তেওঁলোকৰ প্ৰতিবাদ সামৰণি পেলোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ লগতে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাৱ্যস্ত কৰি থকা সমৰ্থকসকলক তেওঁলোকে ঘৰলৈ উভতি যাবলৈ আহ্বান জনাইছে।

আজি চৰকাৰ আৰু চিজেপিৰ মাজত অনুষ্ঠিত হোৱা এখন যুটীয়া সংবাদমেলত এই কথা ঘোষণা কৰা হয়। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতেই দলটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগেই আছিল চিজেপিৰ প্ৰধান দাবী।

Apply Now

এই সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিং উপস্থিত আছিল। তেওঁলোকৰ উপস্থিতিত চিজেপিৰ মুখপাত্ৰ সৌৰভ দাস আৰু আশুতোষ ৰাংকাই সাংবাদিকৰ আগত কয় যে চৰকাৰে তেওঁলোকৰ দাবীসমূহ আখৰে আখৰে পালন কৰিব বুলি দৃঢ় বিশ্বাস ৰাখিয়েই চিজেপিয়ে এই প্ৰতিবাদ প্ৰত্যাহাৰ কৰিছে।

দলটোৰ এটা দাবী ইতিমধ্যে পূৰণ হৈছে। ইয়াৰ উপৰিও এই ব্যংগাত্মক ৰাজনৈতিক দলটোৰ মুখপাত্ৰসকলে জানিবলৈ দিয়ে যে চৰকাৰে তেওঁলোকক আন কেইবাটাও গুৰুত্বপূৰ্ণ আশ্বাস দিছে। চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে ৰুজু হোৱা আৰক্ষীৰ গোচৰসমূহ উঠাই লোৱা আৰু ভৱিষ্যতে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিশ্ৰুতি দিছে। লগতে নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক নীতি-নিয়ম অনুসৰি সৰ্বাধিক ক্ষতিপূৰণ দিয়াৰ কথাও চৰকাৰে মানি লৈছে।

চিজেপিৰ মুখপাত্ৰ সৌৰভ দাসে শেষত কয় যে যিহেতু চৰকাৰে তেওঁলোকৰ সকলো দাবী মানি লৈছে, সেয়েহে সকলো প্ৰতিবাদকাৰীক এতিয়া শান্তিপূৰ্ণভাৱে নিজৰ নিজৰ ঘৰলৈ উভতি যাবলৈ অনুৰোধ জনোৱা হৈছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

October 26, 2026 6:19 pm
পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

October 26, 2026 5:10 pm
পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

October 26, 2026 3:33 pm
চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

October 26, 2026 6:19 pm
পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

October 26, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd