• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ট্ৰলীৰ ভিতৰত ভৰাই গংগাত উটিৱাবলৈ আনিছিল মৃতদেহ! কলিকতাত নৃশংসভাবে হত্যা অসমৰ মহিলাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2025 4:02 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি হ’ল অসমৰ মহিলা। পশ্চিমবংগৰ কলিকতাত নৃশংস হত্যাৰ বলি হ’ল যোৰহাটৰ মহিলা।

জানিব পৰা মতে, মৃত মহিলাগৰাকীৰ নাম সুমিতা ঘোষ। সুমিতা ঘোষৰ বয়স ৫৫ বছৰ।

আৰক্ষীয়ে জনোৱা মতে, নৃশংসভাবে হত্যা কৰি এটা ট্ৰলীৰ ভিতৰত ভৰাই দুই মহিলাই লৈ আনিছিল সুমিতা ঘোষৰ মৃতদেহ। মৃতদেহটো গংগাত উটুৱাই দি প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰোতেই স্থানীয় ৰাইজে হাতে-লোটে ধৰা পেলাইছিল দুই ধৃত মহিলাক। ইয়াৰ পিছতেই আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষী আহি মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। লগতে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মহিলা দুগৰাকীক।

মহিলা দুগৰাকীৰ নাম ফাল্গুনি ঘোষ আৰু আৰতি ঘোষ। আৰতি ঘোষ হৈছে ফাল্গুনি ঘোষৰ মাতৃ।

জানিব পৰা মতে, নিজৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত কলিকতাত বাস কৰিছিল সুমিতা ঘোষে।

কলকাতা আৰক্ষীৰ যুটীয়া উপায়ুক্ত ৰূপেশ কুমাৰ সদৰী কৰা মতে, সুমিতা ঘোষ নামৰ মৃত মহিলাগৰাকী ভাড়াঘৰত বাস কৰিছিল। তাতে হত্যা কৰা হৈছিল সুমিতাক। তাৰপিছত মৃতদেহ এটা ট্ৰলীত ভৰাই গংগাত উটুৱাই দিয়াৰ চেষ্টা কৰিছিল মাতৃ-কন্যা আৰতি ঘোষ আৰু ফাল্গুনি ঘোষে।

অৱশ্যে মহিলা দুগৰাকীয়ে সুমিতা ঘোষক কিয় হত্যা কৰিলে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

Recent News

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd