• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছাব-জুনিয়’ৰ ৰাষ্ট্ৰীয় চাইক্লিং চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ অসমৰ কিশোৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2019 4:44 pm
Chayanika-Gogoi-750x375

চয়নিকা গগৈ।

838
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰতখনত অসমৰ আন এগৰাকী খেলুৱৈয়ে প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছে। ৰাজস্থানৰ জয়পুৰত হৈ থকা ৭১ সংখ্যক ছাব-জুনিয়’ৰ ৰাষ্ট্ৰীয় চাইক্লিং চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ জয় কৰিছে গহপুৰৰ চয়নিকা গগৈয়ে। তেওঁ অনূৰ্ধ্ব ১৮ আৰু অনূৰ্ধ্ব ১৬, দুয়োটা শাখাতে চেম্পিয়ন হয়।

যোৱা বছৰটোত হিমা দাস, লাভলিনা বৰগোহাঁই আৰু অংকুশিতা বড়ো, হৃদয় হাজৰিকাই ক্ৰীড়াত ৰাজ্যখনৰ নাম উজলোৱাৰ পিছত এই বছৰটোৰ আৰম্ভণিতেই চয়নিকাৰ সাফল্যই স্বাভাৱিকতে আনন্দিত কৰিছে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীক।

চয়নিকাৰ উপৰি জয়শ্ৰী গগৈ নামৰ আন এগৰাকীয়েও অনূৰ্ধ্ব-১৮ত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

এটা সাধাৰণ পৰিয়ালৰ সন্তান চয়নিকাই দশম শ্ৰেণী অধ্যয়ন কৰি আছে। তেওঁ শোণিতপুৰ-বিশ্বনাথ জিলা চাইক্লিং ফেডাৰেইশ্যনৰ সম্পাদক জীৱন বৰাৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লৈছিল।

এই প্ৰতিযোগিতাখনৰ পূৰ্বেও চয়নিকাই কেইবাটাও প্ৰতিযোগিতাত সফলতা লাভ কৰা বুলি পৰিয়ালৰ সূত্ৰে জনাইছে। নিজৰ কেৰিয়াৰত তেওঁ কেইবাটাও স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বুটলি নিজৰ প্ৰতিভাৰ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে ৭১ সংখ্যক ছাব-জুনিয়’ৰ ৰাষ্ট্ৰীয় চাইক্লিং চেম্পিয়নশ্বিপত ৩০ জানুৱাৰিৰ পৰা ৩ ফেব্ৰুৱাৰিলৈ পিংক চিটি খ্যাত জয়পুৰ চহৰত অনুষ্ঠিত হৈছে।

Recent News

কলাজ-অতীতৰ অস্থিৰ অসমৰ খণ্ডচিত্ৰ : ৰিমলী বৰকটকী

কলাজ-অতীতৰ অস্থিৰ অসমৰ খণ্ডচিত্ৰ : ৰিমলী বৰকটকী

য়েমেনত ভয়ংকৰ নাও দুৰ্ঘটনা : ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু, বহু লোক নিৰুদ্দেশ

য়েমেনত ভয়ংকৰ নাও দুৰ্ঘটনা : ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু, বহু লোক নিৰুদ্দেশ

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd