• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ আনিলে বক্সাৰ যমুনা বড়োৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2019 9:32 pm
Assam Boxer Jamuna Bodo

বক্সাৰ যমুনা বড়ো।ইন্টাৰনেটৰ পৰা সংগৃহীত

2k
VIEWS
Share on FacebookShare on Twitter

ইণ্ডোনেছিয়াত চলি থকা ২৩ সংখ্যক প্ৰেছিডেণ্টছ কাপত অসম কন্যা যমুনা বড়োৱে স্বৰ্ণ পদক অৰ্জন কৰি অসমৰ লগতে দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

এই বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হৈ যোৱা ইণ্ডিয়া অ’পেনত স্বৰ্ণ পদক অৰ্জন কৰা যমুনাই দেওবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ফাইনেলত ইটালীৰ জিউলিয়া লামাগনাক পৰাস্ত কৰি সোণৰ পদক দখল কৰে।

৫৪ কিলোগ্ৰাম ওজনৰ শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা যমুনাই মেচখনত বিপক্ষৰ বক্সাৰ গৰাকীক পইণ্ট সংগ্ৰহৰ বাবে কোনো ধৰণৰ সুযোগেই প্ৰদান নকৰিলে। তেওঁ মেচখন ৫-০ৰ ব্যৱধানত জয়ী হ’বলৈ সক্ষম হয়।

আনহাতে বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত ধাৰাবাহিকতাৰে সফলতা অৰ্জন কৰা যমুনা বড়োৰ এই সফলতাত অসমৰ ক্ৰীড়া প্ৰেমীসকলৰ লগতে তেওঁৰ জন্মস্থান ঢেকিয়াজুলিত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে।

Recent News

ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ

ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd