• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়াত দেশৰ হৈ ব্ৰঞ্জৰ পদক জয়েৰে উজলিল অসমৰ লাভলিনা, যমুনা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2019 8:29 pm
Jamuna Boro and Lovelina Borgohai

যমুনা বড়ো আৰু লাভলিনা বৰগোহাঁই

4k
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াত চলি থকা এ আই বি এ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত শনিবাৰে ব্ৰঞ্জৰ পদক জয়েৰে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ দুই তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁই আৰু যমুনা বড়োৱে।

অবশ্যে প্ৰতিযোগিতাখনৰ ৬৯ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা লাভলিনাই ছেমিফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বী য়াং লুইৰ হাতত ২:৩ ব্যৱধানত পৰাস্ত হয়।

২০১৮ বৰ্ষতো প্ৰতিযোগিতাখনত ভাগলৈ লাভলিনাই ব্ৰঞ্জৰ পদক দখল কৰিছিল।

আনহাতে, প্ৰতিযোগিতাখনৰ ৫৪ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আন এগৰাকী অসমৰ বক্সাৰ যমুনা বড়োই ছেমিফাইনেলত টাইৱানৰ প্ৰতিদ্বন্দ্বী হুৱাং-ৱেনৰ হাতত ৫:০ ব্যৱধানত পৰাস্ত হয়।

ছেমিফাইনেলত পৰাস্ত হলেও প্ৰথম বাৰৰ বাবে ছিনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা যমুনাই দেশৰ হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

ছেমিফাইনেলত পৰাস্ত হোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত যমুনাই সফলতা লাভৰ বাবে ইয়াতকৈ আৰু অধিক কষ্ট আৰু পৰিশ্ৰম কৰিব লাগিব বুলি মত ব্যক্ত কৰি দেশৰ বাবে পদক জয়ৰ কৰিবলৈ পাই সুখী বুলি কয়।

ইয়াৰ পূৰ্বে ছয়বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমেও প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকেৰে অভিযান সামৰণি মাৰে।

কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুই প্ৰতিযোগিতাখনত ভাৰতীয় মহিলা বক্সাৰ সকলৰ দৰ্শনীয় প্ৰদৰ্শনৰ বাবে টুইটাৰ যোগে শুভেচ্ছা জ্ঞাপন কৰে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd