• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগোত গীৰ্জাত প্ৰাৰ্থনাৰ সময়তে সন্ত্ৰাসবাদীৰ আক্ৰমণ; ১৪ জন লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2023 8:47 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

423
VIEWS
Share on FacebookShare on Twitter

মধ্য আফ্ৰিকাৰ দেশ কংগোৰ গীৰ্জাত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা ঘটিছে। এই ঘটনাত কমেও ১৪ জন লোকৰ মৃত্যু হয়। এই ঘটনা যোৱা দেওবাৰে দেশৰ পূব প্ৰান্তত অৱস্থিত এটা গীৰ্জাত সংঘটিত হৈছে।

ঘটনাৰ সময়ত বহু লোকে গীৰ্জাত প্ৰাৰ্থনা কৰি আছিল। অৱশ্যে আক্রমণকাৰীৰ একাংশও নিহতসকলৰ ভিতৰত আছে৷

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পূব কংগোত দেশখনৰ সেনা আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ হস্তক্ষেপ বৃদ্ধি পোৱাৰ পাছতো বছৰ বছৰ ধৰি ধাৰাবাহিক হিংসাত্মক পৰিস্থিতিৰ মাজত আছে আৰু দেওবাৰৰ এই আক্ৰমণ আৰু মৃত্যু সেই ধাৰাবাহিক অস্থিৰতাৰ শেহতীয়া ঘটনা।

কংগোৰ পূব প্ৰদেশ ইটুৰিৰ এটা গীৰ্জাত প্ৰাৰ্থনা কৰি থকা উপাসকসকলক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ ফলত কমেও ১৪ জন লোক নিহত হোৱা বুলি স্থানীয় বিষয়া আৰু নাগৰিক সমাজৰ এজন নেতাই সোমবাৰে জনায়।

ডজগু আঞ্চলিক প্ৰশাসক ৰুফিন মেপেলা আৰু নাগৰিক সমাজৰ নেতা ডিউডন ল’ছাই কয় যে এই আক্ৰমণৰ আঁৰত দ্য কোপাৰেটিভ ফৰ দ্য ডেভেলেপমেন্ট অফ কংগো (কোডেকো) গোট আছে।

দুয়োগৰাকী বিষয়াই জনোৱা মতে, নিহত ১৪ জনৰ ভিতৰত ৯ জন সাধাৰণ নাগৰিক, ৪ জন আক্ৰমণকাৰী আৰু এজন সেনা জোৱান আছে।

Recent News

দুলীয়াজান বন্ধ কাৰ্যসূচীৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক

দুলীয়াজান বন্ধ কাৰ্যসূচীৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক

কেন্সাৰৰ চিকিৎসাত যুগান্তকাৰী সাফল্য! বিশ্বৰ প্ৰথমটো মূত্ৰাশয় সংৰোপণ কৰিলে ভাৰতীয় মূলৰ চিকিৎসকে!

কেন্সাৰৰ চিকিৎসাত যুগান্তকাৰী সাফল্য! বিশ্বৰ প্ৰথমটো মূত্ৰাশয় সংৰোপণ কৰিলে ভাৰতীয় মূলৰ চিকিৎসকে!

নিষ্ঠাৰ নিদৰ্শন! মাতৃৰ মৃত্যুৰ দুদিন পিছতে কৰ্তব্যত উপস্থিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা

নিষ্ঠাৰ নিদৰ্শন! মাতৃৰ মৃত্যুৰ দুদিন পিছতে কৰ্তব্যত উপস্থিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা

বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰিব নোৱাৰিব হাৰ্ভাৰ্ডে; ট্ৰাম্প প্ৰশাসনৰ নতুন পদক্ষেপ

বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰিব নোৱাৰিব হাৰ্ভাৰ্ডে; ট্ৰাম্প প্ৰশাসনৰ নতুন পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd