• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগোত গীৰ্জাত প্ৰাৰ্থনাৰ সময়তে সন্ত্ৰাসবাদীৰ আক্ৰমণ; ১৪ জন লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2023 8:47 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্য আফ্ৰিকাৰ দেশ কংগোৰ গীৰ্জাত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা ঘটিছে। এই ঘটনাত কমেও ১৪ জন লোকৰ মৃত্যু হয়। এই ঘটনা যোৱা দেওবাৰে দেশৰ পূব প্ৰান্তত অৱস্থিত এটা গীৰ্জাত সংঘটিত হৈছে।

ঘটনাৰ সময়ত বহু লোকে গীৰ্জাত প্ৰাৰ্থনা কৰি আছিল। অৱশ্যে আক্রমণকাৰীৰ একাংশও নিহতসকলৰ ভিতৰত আছে৷

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পূব কংগোত দেশখনৰ সেনা আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ হস্তক্ষেপ বৃদ্ধি পোৱাৰ পাছতো বছৰ বছৰ ধৰি ধাৰাবাহিক হিংসাত্মক পৰিস্থিতিৰ মাজত আছে আৰু দেওবাৰৰ এই আক্ৰমণ আৰু মৃত্যু সেই ধাৰাবাহিক অস্থিৰতাৰ শেহতীয়া ঘটনা।

Apply Now

কংগোৰ পূব প্ৰদেশ ইটুৰিৰ এটা গীৰ্জাত প্ৰাৰ্থনা কৰি থকা উপাসকসকলক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ ফলত কমেও ১৪ জন লোক নিহত হোৱা বুলি স্থানীয় বিষয়া আৰু নাগৰিক সমাজৰ এজন নেতাই সোমবাৰে জনায়।

ডজগু আঞ্চলিক প্ৰশাসক ৰুফিন মেপেলা আৰু নাগৰিক সমাজৰ নেতা ডিউডন ল’ছাই কয় যে এই আক্ৰমণৰ আঁৰত দ্য কোপাৰেটিভ ফৰ দ্য ডেভেলেপমেন্ট অফ কংগো (কোডেকো) গোট আছে।

দুয়োগৰাকী বিষয়াই জনোৱা মতে, নিহত ১৪ জনৰ ভিতৰত ৯ জন সাধাৰণ নাগৰিক, ৪ জন আক্ৰমণকাৰী আৰু এজন সেনা জোৱান আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm
অসম আৰক্ষীৰ বৃহৎ সফলতা : তামুলপুৰত হাতীদাঁত সৰবৰাহকাৰী গ্ৰেপ্তাৰ, নগাঁৱত অবৈধ কচাইখানা উৎখাত

অসম আৰক্ষীৰ বৃহৎ সফলতা : তামুলপুৰত হাতীদাঁত সৰবৰাহকাৰী গ্ৰেপ্তাৰ, নগাঁৱত অবৈধ কচাইখানা উৎখাত

August 8, 2026 7:00 pm
স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

August 8, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd