• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত ২০ জন নিহত, বহু আহত; আক্ৰমণকাৰী সন্দেহয়ুক্ত আই এছ সন্ত্ৰাসবাদী!  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2025 9:31 am
262
VIEWS
Share on FacebookShare on Twitter

ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ এটা গীৰ্জাত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণত ২০ জন লোক নিহত হৈছে। দেশখনৰ সংবাদ সংস্থা SANA ৰ খবৰ অনুসৰি ৫৩ জন লোক আহত হৈছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এ এফ পিয়ে প্ৰকাশ কৰা অনুসৰি কোনো ব্যক্তি বা গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

ডামাস্কাছৰ আটাইতকৈ নিৰাপদ অঞ্চলত অৱস্থিত গীৰ্জাঘৰটোৰ ওপৰত সংঘটিত এই আক্ৰমণে সংশ্লিষ্ট সকলো পক্ষকে স্তম্ভিত কৰি তুলিছে। ডিচেম্বৰ মাহত হোৱা ক্ষমতা সলনিৰ পিছত ছিৰিয়াত এইটোৱেই হৈছে সৰ্ববৃহৎ আক্ৰমণৰ ঘটনা।

ছিৰিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ছেইণ্ট ইলিয়াছ গীৰ্জাত সংঘটিত বিস্ফোৰণত আহত বহু লোকৰ অৱস্থা সংকটজনক। ফলত নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

যদিও আত্মঘাতী বোমাৰুৰ পৰিচয় জানিব পৰা হোৱা নাই, তথাপিও ছিৰিয়াৰ আভ্যন্তৰীণ নিৰাপত্তা মন্ত্ৰালয়ে কয় যে তেওঁলোকে সন্দেহ কৰিছে যে এই কাণ্ডৰ আঁৰত ইছলামিক ষ্টেট (আই এছ) আছে।

মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে আই এছৰ এজন উগ্ৰপন্থীয়ে গীৰ্জাত প্ৰৱেশ কৰি প্ৰথমে অটোমেটিক ৰাইফলেৰে গুলীচালনা কৰে। তাৰ পিছত কঁকালৰ বেল্টত বান্ধি অনা বিস্ফোৰকেৰে আত্মহত্যা কৰে।

ছিৰিয়াৰ তথ্য মন্ত্ৰী হামাদ মুস্তাফাই এই আক্ৰমণক গৰিহণা দি কয় যে আমি আমাৰ সকলো নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। দোষীক বিচাৰি উলিওৱা হ’ব আৰু সেই অনুসৰি শাস্তি প্ৰদান কৰা হ’ব।

প্ৰত্যক্ষদৰ্শী লৰেন্স মামাৰীয়ে কয় যে আক্ৰমণকাৰীৰ গুলী শেষ হোৱাৰ পিছত তেওঁক ধৰিবলৈ চেষ্টা কৰা হৈছিল। তাৰ পিছতে তেওঁ বিস্ফোৰণেৰে নিজকে উৰুৱাই দিলে।

Recent News

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd