• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মধ্য প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ১৪ জন লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 29, 2024 10:41 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্য প্ৰদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত কমেও ১৪ জন লোকনিহত হয়। আন কেইবাজনো লোক আহত হৈছে। ইয়াৰে বহুতৰে অৱস্থা সংকটজনক। ফলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

বাতৰি অনুসৰি, বৃহস্পতিবাৰে পুৱাই ডিন্দোৰি অঞ্চলৰ বাজগড় ঘাটৰ সমীপত যাত্ৰী কঢ়িয়াই অনা এখন পিকআপ ট্ৰাক বাগৰি পৰে। এই ঘটনাত কমেও ১৪ জন লোকে প্ৰাণ হেৰুৱায়। আহত হয় ২০জন লোক।

লগতে পঢ়কঃ ISRO-ৰ বিজ্ঞাপনত ‘চীনৰ ছবি দিলে DMK-ই’, মোদীৰ কটাক্ষৰ পিছতে প্ৰত্যুত্তৰ ‘সত্য স্বীকাৰ কৰক’

ডিন্দোৰীৰ কাউন্সিলাৰ বিকাশ মিশ্ৰই কয় যে আহত লোকসকলক শ্বাহপুৰা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছে।

জানিব পৰা মতে, পিকআপ ট্ৰাকখন তীব্ৰ বেগেৰে চলি আছিল। গতি ইমানেই বেছি আছিল যে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত ট্ৰাকখন বাগৰি পৰে। ফলত যাত্ৰীসকল ছিটিকি পৰে। বহুতেই তীব্ৰ গতিৰ বলি হয়।

ইপিনে, তথ্য লাভ কৰাৰ পিছতে উদ্ধাৰকাৰী দল সেই স্থানত উপস্থিত হয়। আহতসকলক ততাতয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।

লগতে পঢ়কঃ ৰাজ্যৰ ১৬টা দলৰ বিৰোধী মঞ্চত পুনৰ CAA বিৰোধী প্ৰতিবাদৰ অংগীকাৰ

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে এই ঘটনাত শোক প্ৰকাশ কৰে। তেওঁ নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ উপৰিও তেওঁ মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 6:49 pm
জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

September 8, 2025 6:30 pm
বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 5:54 pm
নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

September 8, 2025 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 6:49 pm
জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

September 8, 2025 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd