• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ISRO-ৰ বিজ্ঞাপনত ‘চীনৰ ছবি দিলে DMK-ই’, মোদীৰ কটাক্ষৰ পিছতে প্ৰত্যুত্তৰ ‘সত্য স্বীকাৰ কৰক’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 29, 2024 8:27 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইছৰোৰ লঞ্চপেড বিজ্ঞাপনত ডি এম কেৰ বিৰুদ্ধে চীনৰ পতাকাৰ ছবি ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। তাকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ শাসকীয় দলক আক্ৰমণ কৰে। তেওঁৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ডি এম কেৰ সাংসদ কানিমোঝিয়ে মুখ খুলিছে।

তেওঁ দাবী কৰে যে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক ভাৰতলৈ নিমন্ত্ৰণ কৰি মোডীয়ে নিজেই মহাবলীপুৰম ভ্ৰমণ কৰিছিল। আৰু তাৰোপৰি ভাৰতে চীনক শত্ৰু দেশ হিচাপে চিনাক্ত কৰিছেনে?

তেওঁৰ ভাষাত, ‘মই নাভাবো যে ভাৰতে চীনক শত্ৰু দেশ হিচাপে ঘোষণা কৰিছে। আমি দেখিছো চীনৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰী (মোডী)য়ে নিমন্ত্ৰণ কৰিছিল আৰু মহাবলীপুৰমলৈ গৈছিল। আপুনি মাত্ৰ প্ৰকৃত বিষয়ৰ পৰা বিচলিত কৰিবলৈ আলম বিচাৰিছে কাৰণ আপুনি সত্য স্বীকাৰ কৰিব নিবিচাৰে।’

Apply Now

লগতে পঢ়কঃ ৰাজ্যৰ ১৬টা দলৰ বিৰোধী মঞ্চত পুনৰ CAA বিৰোধী প্ৰতিবাদৰ অংগীকাৰ

কানিমোঝিৰ প্ৰতিশোধমূলক আক্ৰমণৰ পূৰ্বে মোদীয়ে ডি এম কেৰ বিৰুদ্ধে প্ৰশ্ন তুলিছিল। বুধবাৰে তামিলনাডুৰ তিৰুনেলভেলীত অনুষ্ঠিত এখন সভাৰ পৰা মোদীয়ে কয় যে, ‘ডি এম কে এনে এটা দল যিয়ে নিজেই কাম নকৰে। কিন্তু ক্ৰেডিট ল’বলৈ সদায় আগবাঢ়ি থাকে। কোনে নাজানে আমি আৰম্ভ কৰা প্ৰজেক্টবোৰত তেওঁলোকে নিজৰ ষ্টীকাৰ লগাই দিয়ে। এতিয়া সকলো সীমা অতিক্ৰম কৰিছে। তামিলনাডুত ইছৰ’ৰ লঞ্চপেডৰ কৃতিত্ব ল’বলৈ তেওঁলোকে চীনৰ ষ্টীকাৰ পেষ্ট কৰিছে।’

তেওঁ লগতে কয়, “তামিলনাডুৰ ডি এম কে নেতাসকলে একো দেখা নাপায়। আৰু দেখা নোপোৱাসকলক কি বুলি কয় জানেনে। গতিকে ভাৰতৰ অগ্ৰগতি চাবলৈ তেওঁলোক সাজু নহয়। গতিকে ভাৰতত মহাকাশ খণ্ডৰ বিকাশ চাবলৈ তেওঁলোক সাজু নহয়। আপুনি কৰ হিচাপে দিয়া ধনেৰে তেওঁলোকে বিজ্ঞাপন দিয়ে। আৰু ইয়াত ভাৰতীয় পতাকা দেখা পোৱা নগ’ল। মহাকাশত ভাৰতৰ অগ্ৰগতি দেখুৱাব নিবিচাৰে। আমাৰ বিজ্ঞানী আৰু আপোনালোকক অপমান কৰিছে।”

#WATCH | On a newspaper advertisement in Tamil Nadu having an image of a rocket with a Chinese flag, DMK MP Kanimozhi says, "I don't know from where the person who did the artwork, found this picture from. I don't think India has declared China as an enemy country. I have seen… pic.twitter.com/0o8tbBwR7z

— ANI (@ANI) February 28, 2024

বুধবাৰৰ পৰা এটা অনুষ্ঠানক কেন্দ্ৰ কৰি সেই সকলোবোৰ বিতৰ্ক আৰম্ভ হৈছিল। বুধবাৰে পুৱা প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ উপকূলীয় গাঁও কুলছেখৰাপট্টনামত ভাৰতৰ দ্বিতীয়টো ‘স্পেচপ’ৰ্ট’ৰ আধাৰশিলা স্থাপন কৰে।

একাধিক খবৰ অনুসৰি তামিলনাডুৰ মীন মন্ত্ৰী অনিতা ৰাধাকৃষ্ণনে এই অনুষ্ঠানৰ বিজ্ঞাপন প্ৰকাশ কৰে। তেওঁ আঙুলিয়াই দিয়ে যে সেই ‘স্পেচপ’ৰ্ট’ৰ আধাৰশিলা স্থাপনৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰুণানিধি আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ। আৰু সেই বিজ্ঞাপনত ব্যৱহৃত ছবিখনতে চীনৰ পতাকা থকাৰ অভিযোগ উঠিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd