• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপাত্ৰ আলি নিৰ্মাণৰ দাবীত আটাছুৰ পথ অৱৰোধ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
October 25, 2018 6:28 pm
IMG-20181025-WA0008

শিৱসাগৰৰ জৰাজীৰ্ণ বৰপাত্ৰ আলি নিৰ্মাণৰ দাবীত আটাছুৰ পথ অৱৰোধ। ফটো : নৰ্থইষ্ট নাও

636
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ নগৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ নিলগত অৱস্থিত  জৰাজীৰ্ণ বৰপাত্ৰ আলি (টাইমুৱা আলি) নিৰ্মাণৰ দাবীত আজি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নিমাইজান আৰু দৰিকাপাৰ আঞ্চলিকৰ লগতে বীৰাংগনা সমিতিয়ে সদাব্যস্ত নগৰৰ বি জি ৰোড অৱৰোধ কৰে।

আটাছু আৰু বীৰাংগনা সমিতিৰ শতাধিক নেতা কৰ্মীয়ে এই পথ অৱৰোধ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে।

উল্লেখ্য যে, শিৱসাগৰ নগৰৰ পৰা ২ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই বৰপাত্ৰ  আলিটো শিৱসাগৰ নগৰলৈ কেইৱাখনো গাঁৱৰ ৰাইজ অহাযোৱা কৰা এক মাত্ৰ পথ আৰু এই পথটোৰ অৱস্থা অতি জৰাজীৰ্ণ হোৱাৰ বাবে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, ৰোগীৰ লগতে সাধাৰণ ৰাইজে জীয়াতু ভুগি থাকিব লগীয়া হৈছে।

সেয়েহে, এই পথটো অতি সোনকালে নিৰ্মাণ কৰাৰ দাবীত আজি পথ অৱৰোধ কাৰ্য্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে আটাছু আৰু বীৰাংগনা সমিতিয়ে।

Recent News

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd