• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনিল বৰগোহাঁইক আক্ৰমণ : প্ৰদান বৰুৱা-ৰণোজ পেগুলৈ সন্দেহৰ আঙুলি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 6, 2019 4:59 pm
Anil Borgohain

লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁই।

374
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইক শুকুৰবাৰে দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাৰ পাছত উত্তপ্ত হৈ আছে সমষ্টিটোৰ ৰাজনৈতিক পৰিৱেশ। নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা প্ৰাৰ্থীজনক একাধিক স্থানত আক্ৰমণ কৰা ঘটনাৰ পাছত সন্দেহৰ আৱৰ্তত সোমাইছে বিজেপি।

অসম প্ৰদেশ কংগ্ৰেছে এই ঘটনাৰ আঁৰত লখিমপুৰৰ বিজেপি সাংসদ তথা এইবাৰৰো প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু ধেমাজিৰ বিজেপি বিধায়ক ৰণোজ পেগু থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দূৰ্গা দাস বড়োৱে এই সন্দেহ প্ৰকাশ কৰাৰ লগতে প্ৰদান বৰুৱা আৰু ৰণোজ পেগুক আৰক্ষীয়ে জিম্মাত ল’ব লাগে বুলিও দাবী কৰে।

তেওঁ লগতে কংগ্ৰেছে অনিল বৰগোহাঁইৰ দৰে এজন শক্তিশালী প্ৰাৰ্থী দিয়া বাবেই বিজেপি মিত্ৰজোঁটে শংকিত হৈ এনে কাৰ্য সংঘটিত কৰা বুলিও মন্তব্য কৰে।

“সবকা সাথ সবকা বিকাশ”ৰ কথা কোৱা বিজেপিয়ে দেশত যদি ইমানেই বিকাশ কৰিছে তেনেহ’লে তেওঁলোকৰ লগতে মিত্ৰদলে দুৰ্বৃত্তৰ ভাও লৈ এঠাইত নহয়, সাত ঠাইতকৈও অধিক স্থানত আমাৰ প্ৰাৰ্থীৰ ওপৰত আৰু দলীয় সভাত গুণ্ডাগিৰি আৰম্ভ কৰিছে। তেওঁলোকে কেইবাটাও ৰাজনৈতিক দল লগ লাগি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাছতো ভয় খাইছে নেকি?”, মুখপাত্ৰ দুৰ্গা দাস বড়োৱে কয়।

কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইক আক্ৰমণেই নহয়, দুৰ্বৃত্তই বিভিন্ন স্থানত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্য্যালয়, সভা-সমিতিৰ স্থান আদিতো শিলগুটি নিক্ষেপ আৰু লণ্ডভণ্ড কৰা কাৰ্য্যও সংঘটিত কৰা বুলি অভিযোগ কৰে দলটোৱে।

ইপিনে, এই ঘটনাৰ পাছতো আৰক্ষী প্ৰশাসনৰ ভূমিকাক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰজনে। আৰক্ষীয়ে এই ঘটনাসমূহৰ পাছত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰা বুলি মন্তব্য কৰাৰ লগতে আৰক্ষীৰ ভূমিকা নিৰপেক্ষ নহয় বুলিও কয়।

এই ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আজি কংগ্ৰেছে মুখ্য নিৰ্বাচনী বিষয়াক লিখিত আৱেদন প্ৰদান কৰিব বুলিও বড়োৱে জানিবলৈ দিয়ে।

Tags: নিৰ্বাচন ২০১৯

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd