• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনিল বৰগোহাঁইক আক্ৰমণ : প্ৰদান বৰুৱা-ৰণোজ পেগুলৈ সন্দেহৰ আঙুলি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 6, 2019 4:59 pm
Anil Borgohain

লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁই।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইক শুকুৰবাৰে দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাৰ পাছত উত্তপ্ত হৈ আছে সমষ্টিটোৰ ৰাজনৈতিক পৰিৱেশ। নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা প্ৰাৰ্থীজনক একাধিক স্থানত আক্ৰমণ কৰা ঘটনাৰ পাছত সন্দেহৰ আৱৰ্তত সোমাইছে বিজেপি।

অসম প্ৰদেশ কংগ্ৰেছে এই ঘটনাৰ আঁৰত লখিমপুৰৰ বিজেপি সাংসদ তথা এইবাৰৰো প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু ধেমাজিৰ বিজেপি বিধায়ক ৰণোজ পেগু থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

Apply Now

শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দূৰ্গা দাস বড়োৱে এই সন্দেহ প্ৰকাশ কৰাৰ লগতে প্ৰদান বৰুৱা আৰু ৰণোজ পেগুক আৰক্ষীয়ে জিম্মাত ল’ব লাগে বুলিও দাবী কৰে।

তেওঁ লগতে কংগ্ৰেছে অনিল বৰগোহাঁইৰ দৰে এজন শক্তিশালী প্ৰাৰ্থী দিয়া বাবেই বিজেপি মিত্ৰজোঁটে শংকিত হৈ এনে কাৰ্য সংঘটিত কৰা বুলিও মন্তব্য কৰে।

“সবকা সাথ সবকা বিকাশ”ৰ কথা কোৱা বিজেপিয়ে দেশত যদি ইমানেই বিকাশ কৰিছে তেনেহ’লে তেওঁলোকৰ লগতে মিত্ৰদলে দুৰ্বৃত্তৰ ভাও লৈ এঠাইত নহয়, সাত ঠাইতকৈও অধিক স্থানত আমাৰ প্ৰাৰ্থীৰ ওপৰত আৰু দলীয় সভাত গুণ্ডাগিৰি আৰম্ভ কৰিছে। তেওঁলোকে কেইবাটাও ৰাজনৈতিক দল লগ লাগি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাছতো ভয় খাইছে নেকি?”, মুখপাত্ৰ দুৰ্গা দাস বড়োৱে কয়।

কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইক আক্ৰমণেই নহয়, দুৰ্বৃত্তই বিভিন্ন স্থানত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্য্যালয়, সভা-সমিতিৰ স্থান আদিতো শিলগুটি নিক্ষেপ আৰু লণ্ডভণ্ড কৰা কাৰ্য্যও সংঘটিত কৰা বুলি অভিযোগ কৰে দলটোৱে।

ইপিনে, এই ঘটনাৰ পাছতো আৰক্ষী প্ৰশাসনৰ ভূমিকাক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰজনে। আৰক্ষীয়ে এই ঘটনাসমূহৰ পাছত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰা বুলি মন্তব্য কৰাৰ লগতে আৰক্ষীৰ ভূমিকা নিৰপেক্ষ নহয় বুলিও কয়।

এই ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আজি কংগ্ৰেছে মুখ্য নিৰ্বাচনী বিষয়াক লিখিত আৱেদন প্ৰদান কৰিব বুলিও বড়োৱে জানিবলৈ দিয়ে।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd