• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৰণিগুদামত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱ, সাধাৰণ সম্পাদকক আক্ৰমণ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
September 4, 2019 9:58 pm
631
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিয়লি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে বিদ্যালয়খনত ৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগা শিক্ষক দিৱসৰ লগতে ৬ আৰু ৭ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগা নৱাগত আদৰণি সভাৰ বিভিন্ন কাৰ্যসূচীৰ বাবে প্ৰস্তুতিৰ কাম-কাজ চলি আছিল।

সেই সময়তে পুৰণিগুদাম চলচলিৰ তিনিজন যুৱকে বিদ্যালয়খনত অনাধিকাৰ প্ৰবেশৰ চেষ্টা চলাই এক হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰে। আনকি যুৱক তিনিজনে বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পুলক বৰাৰ লগত তৰ্ক-বিতৰ্কতো লিপ্ত হয়।

ফলত বিদ্যালয় কৰ্তৃপক্ষই পুৰণিগুদাম আৰক্ষীক খবৰ দিয়ে। আৰু সেই অনুসৰি পুৰণিগুদাম আৰক্ষী বিদ্যালয়ত উপস্থিত হৈ উদণ্ড যুৱক তিনি জনক আটক কৰে।

ইয়াতে খৰ্গহস্ত হৈ যুৱক তিনিজনৰ পৰিয়ালৰ নুৰুল আমিন নামৰ এজন লোকে একাংশ যুৱকক লগত লৈ সন্ধিয়া বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ আচবাব নষ্ট কৰাৰ লগতে ছাত্ৰ একতা সভাৰ সম্পাদকক আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে।

ইয়াৰ উপৰিও দলটোৱে বিদ্যালয়ৰ অধক্ষ্যা গৰাকীলৈ চোঁচা লৈ আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অধক্ষ্যা সন্ধ্যা বৰুৱাই।

ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই চামগুৰি আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতে মূল অভিযুক্ত নুৰুল আমিনৰ লগতে মুঠ চাৰিজনক আটক কৰি চামগুৰি আৰক্ষী থানালৈ লৈ যায়। ইফালে বিদ্যালয়ৰ অধক্ষ্যা সন্ধ্যা বৰুৱাসহ বিদ্যালয় কৰ্তৃপক্ষই ঘটনাৰ এক উচিত তদন্তৰ দাবীত নগাঁও আৰক্ষী অধীক্ষকক অৱগত কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে উদণ্ড লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পুলক বৰাক ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালত অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয়।

Recent News

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd