• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নুমলীগড় শোধনাগাৰৰ দ্বাৰা সাহিত্যিক পূৰবী বৰমুদৈক সম্বৰ্ধনা

by
September 28, 2018 8:43 pm
nrl
261
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰখ্যাত সাহিত্যিক সাহিত্য অকাডেমী বঁটা প্ৰাপক পূৰৱী বৰমুদৈক নুমলীগড় শোধনাগাৰে সম্পৰ্ধনা জ্ঞাপন কৰিছে। কোম্পানীটোৰ কৰ্প’ৰেট কমিউনিকেশ্যন সহকাৰী প্ৰৱন্ধক প্ৰিয়ংকা হাজৰিকাই এটা সংবাদ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত এটা নাতিদীৰ্ঘ অনুষ্ঠানত পূৰৱী বৰমুদৈক সম্বৰ্ধনা জনায়। বৰমুদৈক সম্বৰ্ধনা জনায় এনআৰএলৰ ছিনিয়ৰ চিজিএম (এইচ্চআৰ) দেবাশীষ চৌধুৰী, এনআৰএলৰ চিজিএম (চিএছআৰ) পি কে বৰুৱা আৰু নুমলীগড় শোধনাগাৰ লিমিটেড শাখা সাহিত্য সভাৰ বিষয়া কৰ্মচাৰীয়ে লেখিকাগৰাকীক সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা সভাত অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অসামান্য বৰঙণিৰ বাবে বৰমুদৈক এখন অভিনন্দনপত্ৰ আৰু ১লাখ টকা প্ৰদান কৰা হয়।

পূৰবী বৰমুদৈ আৰু তেওঁৰ স্বামী ড০ আনন্দ বৰমুদৈয়ে বিশেষ সম্বৰ্ধনাৰ বাবে নুমলীগড় শোধনাগাৰক আন্তৰিক ধন্যবাদ জনায়।

কমিউনিকেশ্যন সহকাৰী প্ৰৱন্ধক প্ৰিয়ংকা হাজৰিকাই কৈছে যে কৰ্প’ৰেট ছচিয়েল ৰেছপন্সিবিলিটিৰ অন্তৰ্গত কলা, সাহিত্য আৰু সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰি আহিছে। তেওঁ কয়, ‘‘ৰাজ্যৰ এটা সচেতন কৰ্প’ৰেট নাগৰিক হিচাপে এনআৰএলে অসমৰ প্ৰখ্যত ব্যক্তিত্বক সম্বৰ্ধনা জনাই আহিছে। ইয়াৰ পূৰ্বে এনআৰএলে অসমীয়া সাহিত্য সংস্কৃতিৰ এগৰাকী মহিৰূহ যতীন গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰিছিল।’’

Recent News

২০ বছৰীয়া সমস্যা সমাধানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ

২০ বছৰীয়া সমস্যা সমাধানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd