NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

WhatsApp Image 2020-08-15 at 8.59.20 AM

Jioৰ স্বাধীনতা দিৱসৰ অ’ফাৰ; ৫মাহলৈকে বিনামূলীয়াকৈ ডাটা আৰু কলিঙৰ সুবিধা

ৰিলায়েন্স জিঅ’ই স্বাধীনতা দিৱস উপলক্ষে এক বিশেষ অ’ফাৰ আগবঢ়াইছে। এই নতুন অ’ফাৰ অনুসৰি গ্ৰাহকক JioFi 4G ৱায়েৰলেছ হটস্পট ক্ৰয় কৰিলে...

পাঞ্জাৱৰ চৰকাৰী ভৱনত ৰাষ্ট্ৰীয় পতাকা আঁতৰাই খালিস্তানী পাতাকা উৰুৱালে দুজন দুষ্কৃতিকাৰীয়ে

পাঞ্জাৱৰ চৰকাৰী ভৱনত ৰাষ্ট্ৰীয় পতাকা আঁতৰাই খালিস্তানী পাতাকা উৰুৱালে দুজন দুষ্কৃতিকাৰীয়ে

সমগ্ৰ দেশে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়তে পঞ্জাৱৰ এটা চৰকাৰী ভৱনত দেশৰ ৰাষ্ট্ৰীয় পতাকা অৱনমিত কৰি দুগৰাকী দুষ্কৃতিকাৰীয়ে খালিস্তান...

Luv Agrawal

দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিৱ লাভ আগৰৱাল ক’ৰ’না প’জিটিভ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিৱ লাভ আগৰৱাল ক'ৰ'না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। লাভ আগৰৱালে টুইটাৰযোগে তেওঁ ক'ৰ'না...

লালকিল্লাত একেৰাহে সপ্তমবাৰৰ বাবে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা প্ৰথম গৰাকী অকংগ্ৰেছী প্ৰধান মন্ত্ৰী হিচাপে পৰিগণিত নৰেন্দ্ৰ মোদী

লালকিল্লাত একেৰাহে সপ্তমবাৰৰ বাবে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা প্ৰথম গৰাকী অকংগ্ৰেছী প্ৰধান মন্ত্ৰী হিচাপে পৰিগণিত নৰেন্দ্ৰ মোদী

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লাল কিল্লাত দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। প্ৰধান মন্ত্ৰী...

WhatsApp Image 2020-08-15 at 8.32.08 AM

লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰধান মন্ত্ৰী মোদী: দেশবাসীয়ে আত্মনিৰ্ভৰ হোৱাৰ সংকল্প লৈছে

দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতে...

বোকাখাতত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

বোকাখাতত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধ্যা বোকাখাতৰ যানবাহন আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত বোকাখাত ২ নং ৱাৰ্ডৰ এজন বাসিন্দাৰ...

আই পি এলৰ প্ৰথম সপ্তাহত খেলাৰ সম্ভাৱনা ক্ষীণ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ খেলুৱৈৰ

আই পি এলৰ প্ৰথম সপ্তাহত খেলাৰ সম্ভাৱনা ক্ষীণ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ খেলুৱৈৰ

ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ খেলুৱৈ সকলে আই পি এলৰ প্ৰথম সপ্তাহত খেলিব নোৱাৰাৰ সম্ভাৱনাই দেখা দিছে। দুয়োখন দেশৰ মাজত...

Assam-policemen-1140x570

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৮গৰাকী আৰক্ষী বিষয়ালৈ সাহসিকতাৰ পদক

অসমৰ পাঁচগৰাকী আৰু অৰুণাচল প্ৰদেশৰ তিনিগৰাকীকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৮গৰাকী আৰক্ষী বিষয়ালৈ তেওঁলোকৰ সাহসী ভূমিকাৰ বাবে সাহসিকতাৰ বঁটাৰে সন্মানিত কৰা হৈছে।...

aa28ab81-7d55-46b6-ab43-867fde76896a-750x375

ব্যক্তিগত শিক্ষানুষ্ঠানক মাহেকীয়া মাচুল ২৫ শতাংশ হ্ৰাস কৰিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ

কোভিড -১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ব্যক্তিগত আৰু বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহলৈ মাচুল সম্পৰ্কত ৰাজ্যখনৰ শিক্ষা আয়ুক্তই এক নিৰ্দেশনা জাৰি কৰিছে। শিক্ষা মন্ত্ৰী...

ৰাজস্থানত আস্থাৰ ভোটত বিজয়ী কংগ্ৰেছ চৰকাৰ ; শচীন-গেহলট পুনৰ একেলগে

ৰাজস্থানত আস্থাৰ ভোটত বিজয়ী কংগ্ৰেছ চৰকাৰ ; শচীন-গেহলট পুনৰ একেলগে

ৰাজস্থানৰ অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে শুকুৰবাৰে ৰাজস্থান বিধানসভাত অনুষ্ঠিত হোৱা আস্থাৰ ভোটত বিজয়ী হয়। 'ভইচ ভোট'ৰ জৰিয়তে অনুষ্ঠিত হোৱা...

Page 3449 of 5978 1 3,448 3,449 3,450 5,978

Stay Connected

Recent News